অসমৰ ৰাজনীতি
৪৫ প্ৰবন্ধ
-
গোসাইগাঁও বিধানসভা সমষ্টি
গোঁসাইগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Gossaigaon Assembly constituency) ভাৰতৰ পূব প্ৰান্তৰ ৰাজ্য অসমৰ ১২৬ খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো কোকৰাঝাৰ জিলাত অৱস্থিত আৰু ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।
-
গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি
গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি (Goalpara West Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ খন বিধানসভাৰ সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো গোৱালপাৰা জিলাত অৱস্থিত আৰু ই গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।
-
গোৱালপাৰা পূব বিধানসভা সমষ্টি
গোৱালপাৰা পূব বিধানসভা সমষ্টি (Goalpara East Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো অসম বিধানসভাৰ এক নিৰ্বাচন ক্ষেত্ৰ। গোৱালপাৰা পূব সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
-
চিদলী-চিৰাং বিধানসভা সমষ্টি
চিদলী-চিৰাং বিধানসভা সমষ্টি ( Sidli–Chirang Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ অন্যতম। ২০২৩ চনৰ ভাৰতীয় নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ ১৯ নম্বৰ বিধানসভা সমষ্টি হিচাপে গঠন কৰা হয়।
-
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ (Scheduled Tribe status to six ethnic groups) অসমৰ ছয়টা জনগোষ্ঠী (টাই-আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আৰু অসমৰ চাহ জনগোষ্ঠীৰ) জনজাতি শিতানত অন্তৰ্ভুক্তিৰ বাবে দীৰ্ঘদিন ধৰি চলা এটা প্ৰক্ৰিয়া।এই প্ৰক্ৰিয়া অসম বিধান সভাত প্ৰস্তাৱিত হৈছে আৰু উপত্যকাৰ জনজাতি নামৰ এটা…
-
ডিগবৈ বিধানসভা সমষ্টি
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী সুৰেন ফুকনে বিজয় সাব্যস্ত কৰি ডিগবৈ সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয়।
-
ডিমৌ বিধানসভা সমষ্টি
ডিমৌ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টি ২০২৩ চনত নতুনকৈ গঠন কৰা হৈছিল।
-
দুধনৈ বিধানসভা সমষ্টি
দুধনৈ বিধানসভা সমষ্টি (Dudhnai Assembly constituency) উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমৰ ১২৬খন বিধানসভা আসনৰ ভিতৰত অন্যতম। ই ১৫ নম্বৰ বিধানসভা সমষ্টি হিচাপে চিহ্নিত। এই সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। ই গোৱালপাৰা জিলাত অৱস্থিত আৰু গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।
-
বিজনী বিধানসভা সমষ্টি
বিজনী বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ অসম ৰাজ্যৰ ১২৬খন একক প্ৰতিনিধিত্বমূলক বিধানসভা সমষ্টিৰ অন্যতম। ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯টা বিধানসভা খণ্ডৰ ভিতৰত এটা। ১৯৫১ চনত এই সমষ্টিটো প্ৰতিষ্ঠা কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া অনুসৰি এই সমষ্টিটো পুনৰ গঠন কৰা হয়।
-
মাকুম বিধানসভা সমষ্টি
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ৰূপেশ গোৱালাই এই সমষ্টিৰ প্ৰথম বিধায়ক হিচাপে বিজয় সাব্যস্ত কৰে। নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল: তিনিচুকীয়া জিলা অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা
-
মানকাচৰ বিধান সভা সমষ্টি
মানকাচৰ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ইয়াৰ উপৰিও ই ধুবুৰী লোকসভা সমষ্টিৰ অংশ। এই সমষ্টিটোৰ নাম সলনি কৰি ২০২৩ চনত দক্ষিণ শালমাৰা নামেৰে নামাকৰণ কৰা হয়।
-
মাহমৰা বিধানসভা সমষ্টি
মাহমৰা বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯৪ হৈছে মাহমৰা বিধানসভা সমষ্টিৰ ক্ৰমাংক। মাহমৰা শিৱসাগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
সৃজনগ্ৰাম বিধানসভা সমষ্টি
সৃজনগ্ৰাম বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত এখন। এই সমষ্টিখন ২০২৩ চনত নতুনকৈ গঠন কৰা হয়।
-
অসম আন্দোলনৰ শ্বহীদ সকলৰ তালিকা
অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়।
-
বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য
বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অসমৰ বড়োলেণ্ড অঞ্চলৰ স্বায়ত্বশাসিত পৰিষদৰ মুৰব্বী। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। অসমৰ বড়োলেণ্ড অঞ্চলত শাসন কাৰ্য সম্পাদন কৰিবলৈ এই পৰিষদৰ গঠন কৰা হয়।