অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৩ আগষ্ট

ঘটনাৱলী

  • ১৮৬৬প্ৰাগত অষ্ট্ৰিয়া আৰু প্ৰুছিয়া মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়। ইতিহাসত এই চুক্তি প্ৰাগ চুক্তি নামেৰে জনাজাত।
  • ১৯৪২ষ্টেলিনগ্ৰাডৰ যুদ্ধ আৰম্ভ হয়। 'চিক্স জিৰ' জিৰ' লুফ্টৱাফ' বিমানৰ দ্বাৰা বোমাবৰ্ষণ কৰাত ৰাছিয়াৰ ষ্টেলিনগ্ৰাডত ৪০,০০০ সাধাৰণ লোকৰ মৃত্য়ু হয়।
  • ১৯৪৮বিশ্ব গীৰ্জা পৰিষদ গঠন হৈছিল।
  • ১৯৫৯চন্দ্ৰেশ্বৰ প্ৰসাদ সিনহাই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৫৯ চনৰ ১৩ অক্টোবৰলৈকে তেওঁ কাৰ্যিনৰ্বাহ কৰিছিল।
  • ১৯৯১ছোভিয়েট কমিউনিষ্ট পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ আঠসত্তৰ বছৰীয়া মুখপত্ৰ ‘‘প্ৰাভডা’’ কেৱল কমিউনিষ্ট পাৰ্টীৰ ৰাজনৈতিক পত্ৰিকা ৰূপে প্ৰকাশিত হয়।
  • ২০০৫মহাত্মা গান্ধী নিয়োগ নিশ্চিত আইন - ২০০৫ ( Mahatma Gandhi Employment Guarantee Act 2005) লোকসভাত অনুমোদন হয়, পিছত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি (MGNREGS) হিচাপে নামকৰণ কৰা হয়।

জন্ম

  • ১৭৬৯জৰ্জ কিউভিয়াৰ (ইংঃ Georges Cuvier), ফ্ৰান্সৰ প্ৰাণীবিজ্ঞানী আৰু প্ৰকৃতিবিদ। (মৃঃ ১৩ মে', ১৮৩২)
  • ১৮৭২টংগুটুৰি প্ৰকাশম (Tanguturi Prakasam), অন্ধপ্ৰদেশৰ প্ৰথম মুখ্য়মন্ত্ৰী।
  • ১৮৮৮হৰিলাল মোহনদাস গান্ধী, মোহনদাস কৰমচাঁন্দ গান্ধী আৰু কস্তুৰবা গান্ধীৰ সৰ্বপ্ৰথম সন্তান।
  • ১৮৯৮তাৰাশংকৰ বন্দোপাধ্যায়, প্ৰসিদ্ধ বাংলা সাহিত্যিক।
  • ১৯১৮আন্না মোডায়িল মণি, ভাৰতীয় পদাৰ্থ বিজ্ঞানী তথা বতৰ বিজ্ঞানী
  • ১৯৪৩ৰীতা ফাৰিয়া, ভাৰতীয় মডেল, সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী তথা চিকিৎসক।
  • ১৯৪৪চায়ৰা বানু, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৬৫ফ্লেক্স হুইলাৰ, বডীবিল্ডাৰ, আৰ্নল্ড ক্লাছিক বিজয়ী।
  • ১৯৬৮দীপক শৰ্মা, অসমৰ এগৰাকী প্ৰসিদ্ধ বাঁহী বাদক তথা সংগীত পৰিচালক।
  • ১৯৬৮কৃষ্ণকুমাৰ কুনাথ, ভাৰতীয় নেপথ্য গায়ক।

মৃত্যু

  • ৬৩৪আবু বকৰ, হৰজত মহম্মদৰ শিষ্য়, ইছলাম ধৰ্মৰ প্ৰথম খলিফা।
  • ১৩০৫ৱিলিয়াম ৱালেছ, স্কটলেণ্ডৰ প্ৰথম স্বাধীনতা যুদ্ধৰ বীৰপুৰুষ, লণ্ডনত ইংৰাজে ফাঁচি দিছিল।
  • ১৮০৬চাৰ্লছ আগাষ্টিন ডি কুলম্ব (ইংঃ Charles-Augustin de Coulomb), বিখ্য়াত পদাৰ্থ বিজ্ঞানী, কুলম্বৰ সূত্ৰৰ আৱিষ্কাৰক।
  • ১৯৪২গোৰাবাই কটিয়া, স্বাধীনতা সংগ্ৰামী, ইংৰাজ পুলিচে নৰছিহাপুৰৰ স্বাধীনতা আন্দোলনৰ সমদলত তেখেতক গুলীয়াই নিহত কৰে।
  • ১৯৮২ষ্টেনফ'ৰ্ড ম'ৰ, আমেৰিকাৰ নোবেল বিজয়ী জৈৱ-ৰসায়ন বিজ্ঞানী, ৰাইব'নিউক্লিয়াছৰ ওপৰত কৰা গৱেষণাৰ বাবে পাইছিল।
  • ১৯৯৪আৰতি গুপ্তা সাহা, ভাৰতীয় দীৰ্ঘ-দূৰত্বৰ সাঁতোৰবিদ।
  • ২০১৮কুলদীপ নায়াৰ, যশস্বী সাংবাদিক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ