অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২২ আগষ্ট

ঘটনাৱলী

  • ১৬৩৯ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তামিলনাডুৰ ৰাজধানী মাদ্ৰাছ (চেন্নাই) স্থাপন কৰে।
  • ১৮১৯আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰাৰ উদ্দেশ্যে প্ৰথম বাষ্পচালিত জাহাজ ‘‘ছাভানা’’ই যাত্ৰা আৰম্ভ কৰিছিল।
  • ১৮৫৯অষ্ট্ৰিয়াই ইটালিৰ ভেনিচ চহৰত বিশ্বৰ প্ৰথম চালক বিহীন বেলুন (বিমান) আক্ৰমণ চলাই।

জন্ম

  • ১৮৭৭আনন্দ কুমাৰস্বামী, ভাৰতীয় দাৰ্শনিক।
  • ১৯০৪ডেং জিয়াওপিং, চীনৰ ৰাজনেতা, আধুনিক চীনৰ নিৰ্মাতা।
  • ১৯১৯গিৰিজা কুমাৰ মাথুৰ, ভাৰতৰ এগৰাকী কবি আৰু নাট্যকাৰ।
  • ১৯২২কীৰ্তিনাথ হাজৰিকা, গোলাঘাটত জন্ম হৈছিল। সাংবাদিক, গল্পকাৰ, প্ৰবন্ধকাৰ।
  • ১৯২৪হৰিশংকৰ পৰসাঈ, হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু ব্যংগকাৰ।
  • ১৯২৯মহেন্দ্ৰ বৰা, ডিব্ৰুগড় জিলাৰ টিংখাঙত জন্ম হৈছিল। প্ৰসিদ্ধ কবি, সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
  • ১৯৫৫চিৰঞ্জিৱী, তেলুগু চলচ্চিত্ৰ অভিনেতা।
  • ১৯৭৩ক্ৰিষ্টেন ৱিগ, হলীউডৰ অভিনেত্ৰী।
  • ১৯৯০দেৱলিনা ভট্টাচাৰ্য, অভিনেত্ৰী, টেলিভিছনৰ 'চাথ নিভানা চাথিয়া' ধাৰবাহিকৰ গোপী বহু চৰিত্ৰৰ বাবে বিখ্য়াত, অসমৰ শিৱসাগৰত জন্ম হয়।
  • ১৯৯৫ডুৱা লিপা, জনপ্ৰিয় ব্ৰিটিছ গায়িকা আৰু মডেল।

মৃত্যু

  • ১৩৫৮ফ্ৰান্সৰ ইছাবেলা, ইংলেণ্ডৰ ৰাণী।
  • ১৪৮৫ৰিচাৰ্ড - তৃতীয়, ইংলেণ্ডৰ ৰজা।
  • ১৬০২আবুল ফজল, প্ৰসিদ্ধ মোগল ইতিহাসবিদ তথা সম্ৰাট আকবৰৰ মন্ত্ৰী। তেওঁক আততায়ীয়ে হত্যা কৰে।
  • ১৮১৮ৱাৰেন হেষ্টিংছ, ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল।
  • ১৯২২মাইকেল কলিন্স, আয়াৰলেণ্ডৰ সংগ্ৰামী নেতা, সৈনিক আৰু ৰাজনীতিবিদ।
  • ১৯৭৮জ'ম' কেনিয়াটা, কেনিয়াৰ জাতিৰ পিতা, প্ৰথম প্ৰধানমন্ত্ৰী।
  • ১৯৮২একনাথ ৰামকৃষ্ণ ৰানাদে, ভাৰতীয় সমাজকৰ্মী আৰু নেতা।
  • ২০১৪ইউ আৰ অনন্তমূৰ্তি, জ্ঞানপীঠ বটা বিজয়ী লেখক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ