অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২১ আগষ্ট

ঘটনাৱলী

  • ১৯১১লিঅ'নাৰ্ড' দা ভিন্সিৰ বিখ্য়াত চিত্ৰ "মনালিছা" ভিন্সেঞ্জ' পেৰুগিয়া নামৰ মিউজিয়ামৰ কৰ্মচাৰী এজনে চুৰ কৰে।
  • ১৯৬৫ৰোমানিয়াৰ সংবিধান গ্ৰহণ কৰা হয়।
  • ১৯৭২বন্য জীৱন (সুৰক্ষা) আইন, ১৯৭২ বা বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২খন লোকসভাত অনুমোদন হয়। সেইখন সেইবছৰৰে ৯ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী কৰা হয়।
  • ১৯৮৮নেপাল আৰু ভাৰতৰ সীমান্তত ৬.৯ প্ৰাবল্য়ৰ ভূমিকম্প সৃষ্টি হয় আৰু ১৪৫০জন লোকৰ মৃত্য়ু হয়।
  • ১৯৯৭পূব চীনত হোৱা টাইফূন ৱিনি (Typhoon Winnie) নামৰ ঘূৰ্ণিবতাহত ১৪০ লোক নিহত আৰু তিনি হাজাৰ লোক আহত হয়।

জন্ম

  • ১৭৬৫ৱিলিয়াম - চতুৰ্থ, ইংলেণ্ডৰ ৰজা।
  • ১৭৮৯আগাষ্টিন লুই ক'চি, ফ্ৰান্সৰ গণিতজ্ঞ। (মৃঃ ২৩ মে', ১৮৫৭)
  • ১৯৩০ৰাজকুমাৰী মাৰ্গেৰেট, ইংলেণ্ডৰ ৰাজকুমাৰী।
  • ১৯৫৫ৰামকুইৱাংবে জেমে নিউমে, পদ্মশ্ৰী প্ৰাপ্ত অসমীয়া সমাজকৰ্মী।
  • ১৯৭৩চাৰ্গেই ব্ৰিন, কম্পিউটাৰ বিজ্ঞানী, লেৰী পে'জৰ সৈতে গুগলৰ সহ প্ৰতিষ্ঠাপক।
  • ১৯৭৮ভূমিকা চাওলা, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৭৯পেমা খাণ্ডু, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী।
  • ১৯৮৬ওছেইন ব'ল্ট, বিশ্ব বিখ্যাত দৌৰবিদ।
  • ১৯৮৮ৰবাৰ্ট লিৱানড'স্কী, পোলেণ্ডৰ ফুটবল খেলুৱৈ।

মৃত্যু

  • ১৫৬০এলিজাবেথ বাথ'ৰী, ইতিহাসৰ কুখ্যাত মহিলা ধাৰাবাহিক হত্যাকাৰী।
  • ১৯৩১পণ্ডিত বিষ্ণু দিগম্বৰ পুলষ্কৰ, ভাৰতীয় সঙ্গীতজ্ঞ।
  • ১৯৩৮গণেশ গগৈ (ইংৰাজী: Ganesh Gogoi), পাপৰি কবি হিচাপে খ্যাত অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি, সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ।
  • ১৯৪০লিয়ন ট্ৰটস্কি, মাৰ্ক্সবাদী বিপ্লৱী, ৰেড আৰ্মীৰ প্ৰতিষ্ঠাপক।
  • ১৯৭৮বিনু মানকড়, ভাৰতৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ।
  • ১৯৯৫সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ, নোবেল বঁটা বিজয়ী ভাৰতীয়-আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আৰু গণিতবিদ।
  • ২০০৬ওস্তাদ বিছমিল্লা খাঁ, ভাৰতত প্ৰখ্যাত চেহনাই বাদক৷

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ