অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১১ আগষ্ট

ঘটনাৱলী

  • ১৯৬০চাদ প্ৰজাতন্ত্ৰই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৯৬১দাদৰ আৰু নগৰ হাভেলীৰ ভাৰতৰত কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ কৰে।
  • ১৯৯৮নগাঁৱৰ থেকেৰাগুৰিৰ তৈলভাণ্ডাৰত বিস্ফোৰণ ঘটি বিস্তৰ ক্ষতিসাধন হয়।
  • ১৯৯৯চনৰ এই দিনটোতেই ঘটিছিল পূৰ্ণাগ্ৰাহ সূৰ্য গ্ৰহণ।
  • ২০০৭ভাৰতৰ ত্ৰয়োদশ উপ-ৰাষ্ট্ৰপতি ৰূপে মহম্মদ হামিদ আনছাৰীয়ে শপত গ্ৰহণ কৰিছিল।

জন্ম

  • ১৮৫৮খ্ৰীষ্টিয়ান আইকমান, বিশিষ্ট চিকিৎসা বিজ্ঞানী, নেদাৰলেণ্ডত জন্ম হৈছিল। ১৯২৯ চনত তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৮৯৭ইনেড মেৰী ব্লাইটন, ইংৰাজী শিশু সাহিত্য় লেখিকা, লণ্ডনত জন্ম হৈছিল। তেখেতৰ কালজয়ী সাহিত্য় গ্ৰন্থ ন'ডী (Noddy), ফেমাছ ফাইভ (Famous Five), চিক্ৰেট চেভেন (Secret Seven), আৰু মেল'ৰী টাৱাৰছ (Malory Towers) কেইখন বিশ্বৰ ৯০টাতকৈও অধিক ভাষালৈ অনুবাদিত হৈছে। (মৃঃ ২৮ নৱেম্বৰ, ১৯৬৮)
  • ১৯৩৮বাপচি সিধৱা, গুজৰাটী পাৰ্চী জৰ’ৱাষ্ট্ৰিয়ান বংশোদ্ভৱ এগৰাকী আমেৰিকান ঔপন্যাসিক।
  • ১৯৪৩পাৰভেজ মুশ্বাৰফ, পাকিস্থানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু সেনা প্ৰধান জেনেৰেল।
  • ১৯৫৩হাক হ'গান, ৮০ দশকৰ জনপ্ৰিয় ডব্লিউ ডব্লিউ ই (WWE)ৰ মল্ল যুঁজাৰু।
  • ১৯৬১সুনীল চেট্টী, বলীউডৰ অভিনেতা।

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ