অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১০ আগষ্ট

ঘটনাৱলী

  • ১৮৯৩ৰুডলফ ডিজেলৰ দ্বাৰা প্ৰথমটো ডিজেল চালিত ইঞ্জিন প্ৰদৰ্শিত হৈছিল।
  • ১৯৭৭আছফ হ’লৰ দ্বাৰা মঙ্গল গ্ৰহৰ উপগ্ৰহ ‘‘ডেইমছ’’ আৱিষ্কৃত হৈছিল।
  • ১৯৭৯ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপক যান SLV-3 শ্ৰীহৰিকোটাৰপৰা পুৱা ৭-৫৮ বজাত উৎক্ষেপন কৰা হয়। পৰীক্ষামূলকভাৱে নিৰ্মিত এই যানৰ দৈৰ্ঘ্য ২২ মিটাৰ আৰু ওজন ১৭ টন। উল্লেখ্য যে উৎক্ষেপণৰ ৫ মিনিট ১৫ ছেকেণ্ডৰ পিছতে ই ধ্বংসপ্ৰাপ্ত হয়।

জন্ম

  • ১৭৮২চাৰ্লছ জেমছ নেপিয়াৰ, ইংৰাজ সৈনিক, বোম্বাই আৰ্মীৰ সেনাপতি আৰু সিন্ধৰ গৱৰ্ণৰ আছিল।
  • ১৮১৪হেনৰী নেষ্টলেই, জাৰ্মনী আৰু চুইজাৰলেণ্ডৰ উদ্য়োগপতি, বিশ্বৰ বৃহৎ খাদ্য় আৰু পানীয় কোম্পানী নেষ্টলেইৰ (Nestle) প্ৰতিষ্ঠাতা।
  • ১৮৬০বিষ্ণু নাৰায়ণ ভাটখাণ্ডে, ভাৰতীয় সংগীতত নৱযুগৰ সূচনা কৰোঁতা।
  • ১৮৭০আৰ্নেষ্ট ৰাডাৰফোৰ্ড, ইংৰাজ পদাৰ্থ বিজ্ঞানী। তেওঁ ১৯০৮ চনত ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।
  • ১৮৯৪বৰাহগিৰি ভেংকট গিৰি, ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি।
  • ১৯৩৮ফটেহ সিং ৰাথোড়, প্ৰকৃতিবিদ।
  • ১৯৬০এণ্টনিঅ' বেণ্ডেৰাছ, স্পেইনৰ অভিনেতা আৰু গায়ক।
  • ১৯৬৩ফুলন দেৱী, ভাৰতীয় লোকসভাৰ সাংসদ; একালৰ দস্যু ৰাণী।
  • ১৯৯২ভমিদিপতি সাই প্ৰনীত, ভাৰতীয় বেডমিণ্টন খেলুৱৈ।
  • ১৯৯৭কাইলী জেনাৰ, আমেৰিকাৰ জনপ্ৰিয় মডেল আৰু ব্য়ৱসায়ী।

মৃত্যু

  • ১৮৯৬অটো লিলিয়ানথল, জাৰ্মান উৰাজাহাজ বিজ্ঞানী, সফল গ্লাইডাৰ উৰণৰ বাবে 'ফ্লাইংমেন' হিচাপে বিখ্যাত।
  • ১৯১৫হেনৰী ম'জলি, ইংৰাজ পদাৰ্থ বিজ্ঞানী, আনৱিক সংখ্য়াৰ বাবে বিখ্য়াত।
  • ১৯৪৫বাৰ্ট হাচিংছ গ'ডাৰ্ড, আমেৰিকান অভিযন্তা, অধ্যাপক, পদাৰ্থবিজ্ঞানী আৰু আৱিষ্কাৰক। তেখেতক পৃথিৱীৰ প্ৰথম তৰল-ইন্ধনযুক্ত ৰকেট সৃষ্টি আৰু নিৰ্মাণকৰাৰ কৃতিত্ব দিয়া হয়।
  • ১৯৮২তচদ্দুক ইউছুফ, অসমীয়া চলচ্চিত্ৰ, অনাতাঁৰ আৰু মঞ্চ অভিনেতা।
  • ১৯৯৫হৰিশংকৰ পৰসাঈ, হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু ব্যংগকাৰ।
  • ২০০২ইউগেন অ'ডাম, জীৱবিজ্ঞানী আৰু পৰিৱেশ বিজ্ঞানী।
  • ২০১০অতুল বৰদলৈ, প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক, নতুন অসমীয়া দৈনিক কাকতৰ উপ-সম্পাদক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ