অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৮ জুন

ঘটনাৱলী

  • ১৯২২ছাৰজন হে'নৰী ক্যাৰে অসমৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে।
  • ১৯২৭ছাৰ এ'গবাৰ্ট্ লৌৰী লুক্যাছ হাম্ম'ণ্ডে অসমৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।
  • ২০১১অসম ৰাজ্যত ভয়াবহ ৰূপত পানী বৃদ্ধি হোৱাৰ ফলত যোৰহাটত ৩জন লোকৰ মৃত্যু হয়।
  • ২০১১জাপানত হোৱা ভূমিকম্পৰ ফলত ১৫,৫০০জন লোকৰ মৃত্যু হয়।
  • ২০১২সাংসদ চাঞ্চুমা খুংগুৰ বিছমুতীয়াৰীয়ে দাবী কৰে যে কীৰ্ত্তন ঘোষা আৰ নামঘোষা নিষিদ্ধ কৰিব লাগে কিয়নো তাত বড়োসকলক অপমান কৰা শব্দ প্ৰয়োগ কৰা হৈছে। পিছে তেখেতৰ এই দাবী নৰজিল বৰঞ্চ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হয়।
  • ২০১২ব্ৰহ্মপুত্ৰ নদৰ পানী গংগালৈ বোৱাই নিয়াৰ প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত থল বুলি কেন্দ্ৰীয় জলসম্পদ ৰাজ্য মন্ত্ৰী ভিনচেণ্ট পালৰ ঘোষণা আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যত চাৰিওফালে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
  • ২০১২অসমৰ দৰংগিৰিত নাও দুৰ্ঘটনাত ৫জন লোকৰ প্ৰাণ হানি হয়।
  • ২০১২গুৱাহাটীত হোৱা প্ৰবল ভূমিস্খলনৰ ফলত ৩জন লোকৰ মৃত্যু হয়।

জন্ম

মৃত্যু

  • ১৯৭২ব্ৰজেন বৰুৱা, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ।
  • ১৯৭২প্ৰশান্ত চন্দ্ৰ মহালান'বিছ, বিজ্ঞানী, পৰিসংখ্যানবিদ আৰু ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক। (জঃ ২৯/০৬/১৮৯৩)
  • ১৯৯৮কমলা সাহানী, ভাৰতীয় জীববিজ্ঞানী।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ