ইতিহাসৰ আজিৰ দিনত
২৯ জুন
ঘটনাৱলী
- ১৫৩৪ফৰাচী অনুসন্ধানকাৰী জাক কাটিয়াৰে কানাডাৰ প্ৰিঞ্চ এডৱাৰ্ড দ্বীপ আৱিষ্কাৰ কৰিছিল।
- ১৬১৩উইলিয়াম শ্বেইকছপীয়েৰৰ গ্ল'ব থিয়েটাৰ ভস্মীভূত হৈছিল।
- ২০১৯গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত সদৌ অসম প্ৰাথমিক টেট্ উৰ্ত্তীণ শিক্ষক সমাজৰ ১৫০০০ অধিক শিক্ষকৰ দ্বাৰা অসমৰ অন্যতম বৃহৎ শিক্ষক প্ৰতিবাদ।
জন্ম
- ১৮৫৮পানামা খালৰ মাৰ্কিন অভিযন্তা জৰ্জ ৱাশ্বিংটন গোথেলচ্।
- ১৮৯৩প্ৰশান্ত চন্দ্ৰ মাহালান'বিছ, বিজ্ঞানী, পৰিসংখ্যাবিদ আৰু ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক। (জঃ ২৯/০৬/১৮৯৩)
- ১৯০৩এলেন দ্য'ৱাৰ বুমলিন, বৃটিছ ইলেক্ট্ৰনিক অভিযন্তা আৰু বিজ্ঞানী, তেখেতৰ নামত ১২৮ টা ইলেক্ট্ৰনিক যন্ত্ৰ আৰু অংশৰ পেটেন্ট আছে। (মৃঃ ০৬/০৬/১৯৪২)
মৃত্যু
- ১৮৭৩মাইকেল মধুসূদন দত্ত, উনৈশ শতিকাৰ বঙালি কবি। (জন্ম: ১৮২৪)
- ১৯১৯কাৰ্ল ব্ৰুগমেন, জাৰ্মান ভাষাবিজ্ঞানী। (জঃ ১৮৪৯)
- ১৯৬১চৰ্দাৰ বলদেৱ সিং, ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী। (জন্মঃ ১৯০২)
- ২০০৮অমল দত্ত, অচিন মোমাইদেউ খ্যাত অসমীয়া শিশু সাহিত্যিক।
- ২০১৩মাৰ্গেৰিটা হেক, ইটালীৰ জ্যোতিৰ্বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ