অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জঁ-জাক ৰুছ’

জঁ-জাক ৰুছ’ (Jean-Jacques Rousseau; ২৮ জুন ১৭১২ – ২ জুলাই ১৭৭৮) আছিল এগৰাকী জেনেভান দাৰ্শনিক, লেখক আৰু সুৰকাৰ। তেখেতৰ ৰাজনৈতিক দৰ্শনে সমগ্ৰ ইউৰোপ আলোকপ্ৰাপ্তিৰ যুগটোৰ বিস্তাৰত প্ৰভাব পেলাইছিল আৰু সৰ্বোপৰি ফৰাচী বিপ্লৱৰ প্ৰেক্ষাপট এবং আধুনিক ৰাজনৈতিক, অৰ্থনৈতিক চিন্তাৰ প্ৰসাৰে ভূমিকা ৰাখিছে।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৫ ৪১ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

জঁ-জাক ৰুছ’ (Jean-Jacques Rousseau; ২৮ জুন ১৭১২ – ২ জুলাই ১৭৭৮) আছিল এগৰাকী জেনেভান দাৰ্শনিক, লেখক আৰু সুৰকাৰ। তেখেতৰ ৰাজনৈতিক দৰ্শনে সমগ্ৰ ইউৰোপ আলোকপ্ৰাপ্তিৰ যুগটোৰ বিস্তাৰত প্ৰভাব পেলাইছিল আৰু সৰ্বোপৰি ফৰাচী বিপ্লৱৰ প্ৰেক্ষাপট এবং আধুনিক ৰাজনৈতিক, অৰ্থনৈতিক চিন্তাৰ প্ৰসাৰে ভূমিকা ৰাখিছে।

সম্পৰ্কিত শ্ৰেণী

ফ্ৰান্সৰ ব্যক্তিদাৰ্শনিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জঁ-জাক ৰুছ’” প্ৰবন্ধৰ সংশোধন ৪৭৯০৮৯ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।