অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২২ জুন

ঘটনাৱলী

  • ১৮৪৪ইয়েল বিশ্ববিদ্যালয়ত ডেল্টা কাপ্পা এপচিলন চছাইটিৰ স্থাপন হয়।
  • ১৯০৬চুইডেনে নিজৰ পতাকা গ্ৰহণ কৰিছিল।
  • ১৯১১পঞ্চম জৰ্জক মুকুট পিন্ধোৱা হৈছিল।
  • ১৯৪১দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে ছোভিয়েত ৰাছিয়াক আক্ৰমণ কৰিছিল।

জন্ম

মৃত্যু

  • ১০৩৭ইবন ছিনা, পাৰস্যৰ চিকিৎসক। ‘কেনন অব মেডিচিন’ হৈছে তেওঁৰ প্ৰসিদ্ধ সৃষ্টি।
  • ১৯৩৬মৰিছ্ শ্লিক, জাৰ্মান দাৰ্শনিক আৰু পদাৰ্থবিজ্ঞানী। (জ. ১৮৮২)
  • ২০১৬সমীৰ ৰায়চৌধুৰী, ভাৰতীয় কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ তথা ঔপন্যাসিক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ