ইতিহাসৰ আজিৰ দিনত
২১ জুন
ঘটনাৱলী
- ১৯৪৮ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীদেৱে স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল।
- ১৯৪৮পিটাৰ গল্ডমাৰ্কৰ দ্বাৰা সৰ্বপ্ৰথম লং প্লেয়িং ৰেকৰ্ড প্ৰস্তুত কৰা হৈছিল।
- ১৯৭৭জ্যোতিবসু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী হয়। চনৰ পৰা একেৰাহে ২১ বছৰ কাল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি বিশ্ব অভিলেখ গঢ়িছিল।
- ১৯৯১মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাবে কেবিনেটত নবনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে মকৰল কৰে।
- ২০০৬প্লুট'ৰ ন-আৱিষ্কৃত চেটেলাইটকেইটাক নিক্স আৰু হাইড্ৰা নাম দিয়া হয়।
- ২০১৪উত্তৰ গোলাৰ্ধৰ সকলোতকৈ দীঘল দিন। অসমৰ আকাশত সূৰ্য আছিল মুঠ ১৩ ঘণ্টা ৩৫ মিনিট।
জন্ম
- ১৯৩২নিগাৰ চুলতানা, ভাৰতীয় অভিনেত্ৰী।
- ১৯৫৩বেনাজিৰ ভুট্টো, পাকিস্তানী ৰাজনীতিবিদ।
- ১৯৮১এডৱাৰ্ড জোচেফ স্ন'ডেন, আমেৰিকাৰ কম্পিউটাৰ বিশেষজ্ঞ, আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি.আই.এ. আৰু এন.এচ.এ.ৰ প্ৰাক্তন কৰ্মী।
- ১৯৮২ৰাজকুমাৰ উইলিয়াম, গ্ৰেট বৃটেনৰ ৰাজকুমাৰ, ডিউক অব কেমব্ৰিজ।
- ১৯৯১তাছি আৰু নুংচি মালিক, সপ্তশৃঙ্গ আৰোহণ কৰা আৰু উত্তৰ আৰু দক্ষিণ মেৰুত উপস্থিত হৈ দুঃসাহসী গ্ৰেণ্ড শ্লেম আৰু থ্ৰী পোলচ চেলেঞ্জ সম্পূৰ্ণ কৰা প্ৰথম ভাৰতীয় যমজ ভগ্নী।
মৃত্যু
- ১৮৫২ফ্ৰেড্ৰিক ফ্ৰ'বেল, জাৰ্মান ধৰ্মযাজক আৰু কিণ্ডাদাৰগাৰ্টেন স্কুল ব্যৱস্থাৰ উদ্ভাৱক। (জঃ ২১/০৪/১৭৮২)
- ১৯৫৭যোহানেচ্ ষ্টাৰ্ক, বিখ্যাত জাৰ্মান পদাৰ্থবিজ্ঞানী। (জঃ ১৫/০৪/১৮৭৪)
- ১৯৯৯পৰাগধৰ চলিহা, অসমীয়া শিক্ষাবিদ, ৰাজনীতিবিদ, অভিনেতা আৰু সংগীতজ্ঞ।
- ২০২০শীলা বৰঠাকুৰ, ভাৰতীয় সমাজসেৱী আৰু লেখিকা।
- ২০২২ৰবীন বৰুৱা, অসমীয়া কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ