ইতিহাসৰ আজিৰ দিনত
২৩ জুন
ঘটনাৱলী
- ১৭৫৭পলাশীৰ যুদ্ধত ব্ৰিটিছ সেনা আৰু চিৰাজ উদ দৌল্লাৰ মাজত যুদ্ধ আৰম্ভ হয়।
- ১৯৬০জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সুৰক্ষা সন্দৰ্ভত বুজা বুজি হয়।
- ১৯৬৯ৱাইন ই বাৰ্গৰ চুপ্ৰীম কৰ্টৰ মুখ্য ন্যায়াধীশ হয়।
- ১৯৯৬শেখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ শপত লয়।
- ২০০৩উইলম্বন টেনিছ প্ৰতিযোগিতা আৰম্ভ হয়।
- ২০০৮প্ৰখ্যাত বঙালী অভিনেত্ৰী সৌমিত্ৰ চেটাৰ্জীক দাদাচাহেব ফাল্কে বঁটা দিয়াৰ কাৰণে নিৰ্বাচক সমিতিয়ে আহ্বান কৰে।
- ২০১৭মোহম্মদ বিন নায়কৰ পিছত মোহম্মদ বিন ছলমান চৌদি আৰৱৰ নতুন উত্তৰাধিকাৰী নিযুক্ত হয়।
জন্ম
- ১৮৭৫নৰ্মান প্ৰিচাৰ্ড, ব্ৰিটিছ-ভাৰতীয় অভিনেতা আৰু খেলুৱৈ।
- ১৯০৭জেম্ছ মিডে, ব্ৰিটিছ অৰ্থনীতিবিদ।
- ১৯১২এলান ট্যুৰিং, ইংৰাজ কম্পিউটাৰ বিজ্ঞানী।
- ১৯২৯জুন কাৰ্টাৰ, আমেৰিকান গায়িকা।
- ১৯৩৪চণ্ডী প্ৰসাদ ভট্ট, গান্ধীবাদী বিচাৰক আৰু সামাজিক কৰ্মকৰ্তা।
- ১৯৩৬প্ৰদীপ কুমাৰ বেনাৰ্জী, ভাৰতীয় ফুটবল খেলুৱৈ।
- ১৯৫২ৰাজ বব্বৰ, ভাৰতীয় অভিনেতা আৰু ৰাজনেতা।
- ১৯৫৮মুকেশ খান্না, ভাৰতীয় টেলিভিচন আৰু চলচ্চিত্ৰ অভিনেতা৷
- ১৯৫৯খৰ্গেশ্বৰ তালুকদাৰ, অসম আন্দোলনৰ প্ৰথম শ্বহীদ।
মৃত্যু
- ১৭৬১বালাজী বাজীৰাও, মাৰাঠা পেছৱা।
- ১৯১৪গংগাপ্ৰসাদ বাৰ্মা, ভাৰতীয় ৰাজনৈতিক নেতা তথা সমাজ সংস্কাৰক।
- ১৯৫৩শ্যামা প্ৰসাদ মুখাৰ্জী, ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাতা।
- ১৯৭১শ্ৰী প্ৰকাশ, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯৮০সঞ্জয় গান্ধী, ভাৰতীয় নেতা তথা ইন্দিৰা গান্ধীৰ সৰু পুত্ৰ।
- ১৯৯৫জোনাছ চক্, পলিঅ' বেমাৰৰ প্ৰতিষেধকৰ আৱিষ্কাৰক।
- ২০০৩গৌৰীশংকৰ ভট্টাচাৰ্য, ভাৰতীয় আইনজ্ঞ, ৰাজনীতিবিদ আৰু সাহিত্যিক।
- ২০১৫নিৰ্মলা যোশী, ৰোমান কেথলিক ধৰ্মীয় চিষ্টাৰ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ