অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২০ জুন

ঘটনাৱলী

  • ১৮৩৭ৰাণী ভিক্ট'ৰিয়াই সিংহাসনত আৰোহণ কৰে।
  • ১৯১২পোলেণ্ডৰ বিজ্ঞানী ডক্টৰ কাচিমিৰ ফ্ৰাঙ্কে প্ৰথমবাৰৰ বাবে ভিটামিন আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়।

জন্ম

মৃত্যু

  • ১৯৬৯কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল।
  • ১৯৮৭চালিম আলি, ভাৰতীয় প্ৰাণী আৰু পক্ষী বিশেষজ্ঞ।
  • ২০০৬সতীশ চন্দ্ৰ কাকতি, অসমীয়া সাংবাদিক।
  • ২০১৫মহানন্দ শৰ্মা, অসমৰ অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ আৰু পৰিচালক আছিল। তেখেত বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত আছিল। (জন্ম: ১২ নৱেম্বৰ ১৯৩৫)
  • ২০২১অশোক দাস, অসমীয়া নাট্যকাৰ, ঔপন্যাসিক আৰু গল্পকাৰ।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ