ইতিহাসৰ আজিৰ দিনত
৩ মে’
ঘটনাৱলী
- ১৮৩৭এথেন্স বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয় গ্ৰীচত।
- ১৯১৩প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ৰাজা হৰিশ্চন্দ্ৰ মুক্তি লাভ কৰে।
- ১৯৩৭মাৰ্গাৰেট মিচেল, তেখেতে “Gone with the Wind” নামৰ কিতাপখনৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰে।
জন্ম
- ১৯৪৩অপূৰ্ব শৰ্মা, সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত গল্পকাৰ তথা ৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত চলচ্চিত্ৰ সমালোচক।
- ১৯৫৬কাৰ্ল' ৰ'ভেল্লী, ইটালিয়ান পদাৰ্থবিজ্ঞানী আৰু লেখক।
- ১৯৫৯উমা ভাৰতী, ভাৰতীয় ৰাজনীতিবিদ।
মৃত্যু
- ১৯৩৪লক্ষ্মীধৰ শৰ্মা, অসমীয়া গল্পকাৰ। 'ছিৰাজ' গল্পৰ স্ৰষ্টা।
- ১৯৬৯জাকিৰ হুছেইন, ৰাজনীতিবিদ, ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি। (জন্ম: ৮ ফেব্ৰুৱাৰী, ১৮৯৭)।
- ১৯৮১নাৰ্গিছ ভাৰতীয় অভিনেত্ৰী। (জন্ম: ১ জুন, ১৯২৯)
- ১৯৮৮প্ৰেমেন্দ্ৰ মিত্ৰ, বাংলা কল্লোল যুগৰ সাহিত্যিক। (জন্ম: ৪ ছেপ্টেম্বৰ, ১৯০৪)
- ২০০২কীৰ্তিনাথ হাজৰিকা, অসমীয়া সাহিত্যিক। (জন্ম: ২২ আগষ্ট, ১৯২২)
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ