অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৪ মে’

ঘটনাৱলী

  • ১৮৫৪প্ৰথমটো ভাৰতীয় ডাক টিকট আনুষ্ঠানিকভাৱে প্ৰকাশিত হয়।
  • ১৯৪২‘‘এন্দ্ৰিউ গৌড়লে' ক্ল'’’ই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৪৭ চনৰ ৪মে’লৈকে তেওঁ কাৰ্যভাৰ কাৰ্য সম্পাদন কৰে।
  • ১৯৭৯ব্ৰিটেইনৰ প্ৰথমগৰাকী মহিলা প্ৰধান মন্ত্ৰী মাৰ্গাৰেট থেচ্চাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
  • ১৯৮৯নাছাৰ দ্বাৰা শুক্ৰ গ্ৰহ অভিমুখে স্বয়ংচালিত আন্তঃগ্ৰহ যান ‘মেগেলান’ উৎক্ষেপন কৰা হৈছিল।

জন্ম

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ