অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৩ মে’

ঘটনাৱলী

  • ১৯৯৫প্ৰথম মহিলা হিচাপে এলিচন অক্সিজেন আৰু চেৰপা চাৰাই এভাৰেষ্ট জয় কৰে।
  • ২০০০ভাৰতৰ লাৰা দত্তই বিশ্বসুন্দৰী খিতাপ লাভ কৰে।

জন্ম

মৃত্যু

  • ১৮৩৬চাৰ্লছ উইলকিঞ্চ, ইংৰাজ ভাষাবিদ। (জন্ম: ১৭৪৯)
  • ১৯৪৭সুকান্ত ভট্টাচাৰ্য, ভাৰতীয় সাহিত্যিক। (জন্ম: ১৫ আগষ্ট, ১৯২৬)
  • ১৯৫১হাজৰত মোহনী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু কবি। (জন্ম:- ১ জানুৱাৰী ১৮৭৫)
  • ১৯৬৩সুকুমাৰ সেন, ভাৰতীয় সাহিত্যক। (জন্ম: ২ জানুৱাৰী, ১৮৯৮)
  • ২০০১আৰ কে নাৰায়ণ, ভাৰতীয় লেখক। (জন্ম: ১০ অক্টোবৰ, ১৯০৬)
  • ২০১৮ই চি জৰ্জ সুদৰ্শন, ভাৰতীয়-আমেৰিকান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী।
  • ২০২৪বিৰুবালা ৰাভা, অসমৰ এগৰাকী প্ৰখ্যাত সমাজকৰ্মী। অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছিল। ২০২১ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। কৰ্কট ৰোগত আক্ৰান্ত হৈ দেহাৱসান। জন্ম ১৯৫৪ চনত গোৱালপাৰা জিলাৰ ঠাকুৰভিলাত।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ