ইতিহাসৰ আজিৰ দিনত
১৪ মে’
ঘটনাৱলী
- ১৭৯৬এডৱাৰ্দ জেনাৰে (ইংৰাজী: Edward Jenner) ছিটাৰ ক্ষেত্ৰত পৰীক্ষামূলকভাৱে সফলতা লাভ কৰে।
- ২০১৮আয়াৰলেণ্ড ক্ৰিকেটৰ ইতিহাসত প্ৰথম টে'ষ্টত সিহঁতৰ টেষ্ট ক্ৰিকেটৰ ইতিহাসত প্ৰথম শতক অৰ্জন কৰে কেভিন অ’ব্ৰায়ানে।
জন্ম
- ১৬৫৭ছত্ৰপতি সম্ভাজী, ভাৰতীয় শাসনকৰ্তা।
- ১৯২৩মৃণাল সেন, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
- ১৯৪৪আভা হাজৰিকা, অসমীয়া অভিনেত্ৰী আৰু পৰিচালক।
- ১৯৫৪পিটাৰ জন ৰেটক্লিফ, ব্ৰিটিছ চিকিৎসক আৰু কোষ আণৱিক জীৱবিজ্ঞানী।
- ১৯৮৪মাৰ্ক জুকাৰবাৰ্গ, জনপ্ৰিয় সামাজিক যোগাযোগ মাধ্যম ফেচবুকৰ প্ৰতিষ্ঠাতা।
- ১৯৯৭মানুষী ছিল্লাৰ, ভাৰতীয় মডেল।
মৃত্যু
- ১৯৭২প্ৰভাৱতী দেৱী সৰস্বতী, ভাৰতীয় লেখক।
- ২০১০ভৈৰোঁ সিং শেখাৱত, ভাৰতৰ প্ৰাক্তন উপৰাষ্ট্ৰপতি।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ