অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৯ মাৰ্চ

জন্ম

  • ১৯৩৩প্ৰেমধৰ বৰা, অসমৰ ৰাজনীতিবিদ।
  • ১৯৩৪য়ুৰি গেগেৰিন, ছ'ভিয়েট দেশীয় বৈমাণিক আৰু মহাকাশচাৰী।
  • ১৯৫১জাকিৰ হুছেইন, ভাৰতীয় তবলা বাদক, সুৰকাৰ, পাৰ্কাচনিষ্ট, সংগীত প্ৰযোজক আৰু চলচ্চিত্ৰ অভিনেতা।
  • ১৯৫৬শশী থাৰুৰ, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৮৫পাৰ্থিৱ পেটেল, ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যু

  • ১৯৬০ধৰ্ম্মেশ্বৰী দেবী, অসমীয়া কবি।
  • ১৯৮১মেক্স ডেলবুৰ্ক, নোবেল বিজয়ী চিকিৎসাবিজ্ঞানী।
  • ১৯৯৪দেৱিকা ৰাণী, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰথম দাদা চাহেব ফাল্কে বঁটা বিজয়িনী।
  • ২০০০উষা কিৰণ, ভাৰতীয় অভিনেত্ৰী।
  • ২০০৭ৰ'জি আফচাৰি, বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী।
  • ২০১৫পল কালানিথি, আমেৰিকান স্নায়ুশৈল্যচিকিৎসক আৰু লেখক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ