ইতিহাসৰ আজিৰ দিনত
১০ মাৰ্চ
ঘটনাৱলী
- ১৯২২ৰাজদ্ৰোহৰ অপৰাধত মোহনদাস কৰমচান্দ গান্ধীক গ্ৰেপ্তাৰ কৰা হয় আৰু ৬ বছৰৰ বাবে কাৰদণ্ড দিয়া হয়।
- ১৯৩৫প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী (১৯৩৫ চলচ্চিত্ৰ) মুক্তি দিয়া হৈছিল।
জন্ম
- ১৯৩২উডুপী ৰামচন্দ্ৰ ৰাও, ভাৰতীয় মহাকাশ বিজ্ঞানী তথা ইছৰোৰ প্ৰাক্তন মুৰব্বী।
- ১৯৪৫মাধৱৰাও সিন্ধিয়া, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৫৩অসমীয়া ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ জন্ম হৈছিল।
- ১৯৫৭ওছামা বিন লাডেন, চৌডি আৰৱৰ সন্ত্ৰাসবাদী।
- ১৯৫৭থানু পদ্মনাভন, ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু ব্ৰহ্মাণ্ডতত্ত্ববিদ। (মৃত্যু: ১৭ ছেপ্টেম্বৰ, ২০২১)
- ১৯৮১ৱাজিদ খান, ভাৰতীয় চিত্ৰশিল্পী।
- ১৯৯৬প্ৰিয়ংকা গোস্বামী, ভাৰতীয় খেলুৱৈ।
মৃত্যু
- ১৮৯৭সাৱিত্ৰীবাই ফুলে, ভাৰতীয় সমাজ সংস্কাৰক আৰু কবি।
- ২০০৯সবিতা বেহেন, ভাৰতীয় ৰাজনীতিবিদ আৰু শিক্ষাবিদ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ