অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৮ মাৰ্চ

ঘটনাৱলী

  • ১৯৭৫ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে।

জন্ম

  • ১৮৯৩ৰাজবালা দাস, অসমীয়া শিক্ষাবিদ।
  • ১৯০৮লোকনাথ বল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
  • ১৯১৬অন্নপূৰ্ণা গোস্বামী, ভাৰতীয় সাহিত্যিক।
  • ১৯৫৩বসুন্ধৰা ৰাজে, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৫৮যোগেশ্বৰ বৰুৱা, ভাৰতৰ মুক্তি যুঁজাৰু।
  • ১৯৮৪ৰোছ টেইলৰ, নিউজিলেণ্ডৰ ক্ৰিকেটাৰ।

মৃত্যু

  • ১৫৩৪ৰাণী কৰ্ণাৱতী, ভাৰতৰ বুন্দিৰ ৰাজকুঁৱৰী আৰু অস্থায়ী শাসক।
  • ১৭০২তৃতীয় উইলিয়াম, ইংলেণ্ডৰ ৰজা।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ