ইতিহাসৰ আজিৰ দিনত
২৯ মাৰ্চ
ঘটনাৱলী
- ২০১৫অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত একাদশ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেল অনুষ্ঠিত হয়। নিউজিলেণ্ডক ৭ উইকেটত পৰাজিত কৰি অষ্ট্ৰেলিয়া ৫ম বাৰৰ বাবে চেম্পিয়ন হয়।
জন্ম
- ১৯২৯উৎপল দত্ত, ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু লেখক।
- ১৯৩৩মীনা স্বামীনাথন, ভাৰতীয় শিক্ষাবিদ।
- ১৯৩৯জগদীপ, ভাৰতীয় অভিনেতা আৰু কমেডিয়ান।
- ১৯৩৯হনুমন্ত সিং, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৫৬দীপ্তি ফুকন পাটগিৰি, অসমীয়া শিক্ষাবিদ।
- ১৯৯৮অদিতি অশোক, ভাৰতীয় পেছাদাৰী গল্ফ খেলুৱৈ আৰু অলিম্পিয়ান।
মৃত্যু
- ২০২০পৰৱাই মুন্নিয়াম্মা, ভাৰতীয় লোকসংগীত শিল্পী আৰু অভিনেত্ৰী।
- ২০২২চাৰ্লছ জেফ্ৰে, বৃটিছ উদ্ভিদবিজ্ঞানী
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ