অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৮ মাৰ্চ

জন্ম

মৃত্যু

  • ১৫৯২জন এম'ছ কমেনিয়াছ, চেক গণৰাজ্যৰ দাৰ্শনিক।
  • ১৯৪১ভাৰ্জিনিয়া উল্‌ফ, ব্ৰিটিছ ঔপন্যাসিক। (জন্ম: ২৫ জুন, ১৮৮২)
  • ১৯৬৮হলধৰ ভূঞা, অসমীয়া সমাজকৰ্মী। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ এজন জনমদাতা।
  • ২০১৯প্ৰফুল্ল ৰাজগুৰু, অসমীয়া শিক্ষাবিদ, সাংবাদিক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ