ইতিহাসৰ আজিৰ দিনত
২৭ মাৰ্চ
ঘটনাৱলী
- ১৯৬১আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে পোন প্ৰথমবাৰৰ বাবে 'বিশ্ব থিয়েটাৰ দিৱস' পালন কৰে।
জন্ম
- ১৯১৫পুষ্পলতা দাস, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী। (মৃত্যু: ২০০৩)
- ১৯২৩মহাশয় ধৰমপাল গুলাটি, ভাৰতীয় ব্যৱসায়ী। তেওঁ ভাৰতীয় জনপ্ৰিয় মছলা কোম্পানী এমডিএইছৰ (MDH) প্ৰতিষ্ঠাপক।
- ১৯৮৫ৰাম চৰণ তেজা, ভাৰতীয় অভিনেতা, নিৰ্মাতা আৰু উদ্যোক্তা।
- ১৯৯৬আয়েশা চৌধুৰী, ভাৰতীয় লেখিকা।
মৃত্যু
- ১৯৬৮য়ুৰি গেগেৰিন, ৰুছ দেশৰ য়ুৰি গেগেৰিন প্ৰথম মহাকাশচাৰী ব্যক্তি। প্ৰশিক্ষণৰ সময়ত হোৱা বিমান দুৰ্ঘটনাত তেখেত নিহত হয়।
- ২০১১ভৃগুমুনি কাগয়ুং, অসমীয়া সাহিত্যিক।
- ২০১৬কান্তা গুপ্তা, কানাডিয়ান গণিত অধ্যাপক।
- ২০১৭অৰুণ শৰ্মা, অসমীয়া নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ