ইতিহাসৰ আজিৰ দিনত
২৫ মাৰ্চ
ঘটনাৱলী
- ১৮৬২মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰথম কাগজৰ মুদ্ৰা প্ৰচলন হয়।
- ১৮৯৬আধুনিক অলিম্পিক ক্ৰীড়াৰ প্ৰথম স্বৰ্ণপদক প্ৰদান কৰা হয়।
জন্ম
- ১৯৫২য়্যুং চ্যেং, চীনা বংশোদ্ভূত ব্ৰিটিছ লেখক।
মৃত্যু
- ১৮৬৭ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ, জাৰ্মান ৰসায়ন বিজ্ঞানী। (জন্ম: ৮ ফেব্ৰুৱাৰী, ১৭৯৪)
- ১৮৯৪গুণাভিৰাম বৰুৱা, অসমীয়া সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। (জন্ম: ১৮৩৭)
- ১৯৪০ৰজনীকান্ত বৰদলৈ, অসমীয়া সাহিত্যক। উপন্যাস সম্ৰাট হিচাপে প্ৰসিদ্ধ। (জন্ম: ২৪ নৱেম্বৰ ১৮৬৭)
- ১৯৫৫মোহিনী দেৱী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯৭৫দিভা জিভাৰাটিনাম, ভাৰতীয় ৰাজনীতিবিদ।
- ২০১৪নন্দা কৰ্ণাটকী, ভাৰতীয় অভিনেত্ৰী। (জন্ম: ৮ জানুৱাৰী, ১৯৩৯)
- ২০১৫ইন্দ্ৰ বণিয়া, অসমীয়া অভিনেতা। (জন্ম: ২৪ ডিচেম্বৰ, ১৯৪২)
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ