অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লৰেঞ্চ ফেৰলিংঘেট্টি

লৰেঞ্চ ফেৰলিংঘেট্টি (Lawrence Ferlinghetti) আমেৰিকাত বিট আন্দোলনৰ কবি, সম্পাদক, আৰু প্ৰকাশক। তেওঁৰ জন্ম ১৯১৯ চনৰ ২৪ মাৰ্চ।

হালনাগাদ: ৯ মে’ ২০২৬ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৪১
সংশোধনৰ পৰামৰ্শ

লৰেঞ্চ ফেৰলিংঘেট্টি (Lawrence Ferlinghetti) আমেৰিকা যুক্তৰাষ্ট্ৰত বিট আন্দোলনৰ কবি, সম্পাদক, আৰু প্ৰকাশক। তেওঁৰ জন্ম ১৯১৯ চনৰ ২৪ মাৰ্চ।

সাহিত্যকৃতি

  • পিকচাৰ্স অফ দি গন ওয়ৰ্ল্ড
  • এ কোনি আইল্যাণ্ড অফ দি মাইণ্ড
  • টেনটেটিভ ডেসক্ৰিপশন অফ এ ডিনাৰ গিভন টু প্ৰমোট দি ইমপিচমেণ্ট অফ প্ৰেসিডেণ্ট আইজেনহাওয়াৰ
  • হাৰ
  • ওয়ান থাউজেণ্ড ফিয়াৰফুল ওয়ৰ্ডস ফৰ ফিদেল কাস্ত্ৰো
  • ষ্টাৰটিং ফ্ৰম স্যান ফ্ৰানসিসকো
  • জাৰ্নাল ফৰ দি প্ৰোটেকশান অফ অলল বিইংস
  • আনফেয়াৰ আৰগুমেণ্টস উইথ এগজিসট্যান্স
  • ৰুটিনস
  • টু স্ক্যাভেঞ্জাৰস ইন এ ট্ৰাক
  • অন দি ব্যাৰাকস
  • টিৰ‌্যানাক্স নিক্স
  • দি সিকৰেট মিনিং অফ থিংস
  • দি মেকসিকান নাইটস
  • ব্যাক ৰোডস টু ফাৰ টাউনস আফটাৰ ব্যাক
  • লাভ ইজ নো ষ্টোন অন দি মুন
  • ওপন আই, ওপন হাৰ্ট
  • হু আৰ উই নাউ
  • নৰ্থওয়েষ্ট ইকোলজি
  • ল্যান্ডস্কেপস অফ লিভিং অ্যাণ্ড ডায়িং
  • ওভাৰ অল দি অব্সকিওৰ বাউনডাৰিজ
  • লাভ ইন দি ডেজ অফ ৰেজ
  • এ বুদ্ধা ইন দি উডপাইল
  • দিজ আৰ মাই ৰিভাৰ্স
  • এ ফাৰ ৰকওয়ে অফ দি হাৰ্ট
  • হাউ টু পেইণ্ট সানলাইট
  • স্যান ফ্ৰানসিসকো পোয়েমস
  • লাইফ ষ্টাডিজ
  • আমেৰিকান্স
  • পোয়েট্ৰি এজ ইনসাৰজেণ্ট আৰ্ট

লগতে চাওক

তথ্য সংগ্ৰহ

  • নিলি চেৰকভস্কি: ফেৰলিংঘেট্টি--এ বায়োগ্ৰাফি
  • ম্যাট থিয়াডো: দি বিটস—এ লিটেৰাৰি ৰেফাৰেন্স
  • ব্যাৰি স্লিসকি: ফেৰলিংঘেট্টি-- দি আৰ্টিস্ট ইন ইজ টাইম
  • মাইকেল সাকু: কন্সট্যান্টলি ৰিসকিং অ্যাবসাৰডিটি-- দি ৰাইটিং অফ লৰেন্স ফেৰলি১ঘেট্টি

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান কবিসাহিত্য আন্দোলনআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লৰেঞ্চ ফেৰলিংঘেট্টি” প্ৰবন্ধৰ সংশোধন ৬০৫৪৮৯ (৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।