ইতিহাসৰ আজিৰ দিনত
২১ মাৰ্চ
ঘটনাৱলী
জন্ম
- ১৬৮৫জোহান চেবাষ্টিয়ান বাক, জাৰ্মান সাহিত্যিক।
- ১৯০২মহীচন্দ্ৰ মিৰি, অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক।
- ১৯০৫কুশল কোঁৱৰ, ভাৰতৰ স্বাধীনতা সংগ্ৰামী। (মৃত্যু: ১৫ জুন, ১৯৪৩)
- ১৯১৬বিছমিল্লাহ খান, চেহনাই বাদক। (মৃত্যু: ২১ আগষ্ট, ২০০৬)
- ১৯৩৪বুটা সিং, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৩৮তিলোত্তমা বৰুৱা, অসমীয়া শিক্ষাবিদ।
- ১৯৭৮ৰাণী মুখাৰ্জী, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৮৮৪এজৰা এবট, আমেৰিকান শিক্ষাবিদ।
- ২০০৩শিৱানী, ভাৰতীয় সাহিত্যিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ