অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৪ ফেব্ৰুৱাৰী

জন্ম

  • ১৭৮৯জৰ্জ ৱাশ্বিংটন যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।
  • ১৯০৪ৰুচ-জাপানৰ যুদ্ধ আৰম্ভ হৈছিল।
  • ১৯২২ভীমসেন যোশী, ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী।
  • ১৯৩৮বিৰজু মহাৰাজ, ভাৰতৰ কথক নৃত্যৰ লক্ষ্ণৌ কালকা-বিন্দাদিন ঘৰানাৰ মুখ্য শিল্পী।
  • ১৯৪৮সিংহল অৰ্থাৎ শ্ৰীলংকা স্বাধীন হৈছিল।
  • ১৯৭৪উৰ্মিলা মাটোণ্ডকাৰ, ভাৰতীয় অভিনেত্ৰী।
  • ২০০৪ফেইচবুকৰ আনুষ্ঠানিক জন্মদিন।

মৃত্যু

  • ১৯৭৪সত্যেন্দ্ৰনাথ বসু, ভাৰতীয় গণিতজ্ঞ তথা পদাৰ্থ বিজ্ঞানী।
  • ১৯৯০মৈত্ৰেয়ী দেৱী, ভাৰতীয় সাহিত্যিক।
  • ২০০১পঙ্কজ ৰায়, ভাৰতীয় ক্ৰিকেটাৰ।
  • ২০০৪মলীকা পোখৰাজ, পাকিস্তানৰ এগৰাকী গজল আৰু লোকগীতৰ কণ্ঠশিল্পী।
  • ২০২৩বাণী জয়ৰাম, ভাৰতীয় গায়িকা।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ