ইতিহাসৰ আজিৰ দিনত
৩ ফেব্ৰুৱাৰী
ঘটনাৱলী
- ১৯৭১তৃতীয়টো মানৱবাহী চন্দ্ৰ অভিযান "এপ'ল' ১৪"ৰ অংশ হিচপে মহকাশচাৰী এলেন শ্বেপাৰ্ড আৰু এডগাৰ কলিন্সে চন্দ্ৰৰ বুকুত অৱতৰণ কৰে।
- ২০০৬ইজিপ্তৰ এখন যাত্ৰীবাহী ফেৰী ৰঙা সাগৰ (ৰেড ছী)ত দুৰ্ঘটনাগ্ৰস্থ হয় য'ত কমেও ১০০০জন লোকে প্ৰাণ হেৰুৱাই।
জন্ম
- ১৮৭৩অতীন্দ্ৰনাথ বসু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৮৮৩ঊৰ্মিলা দেৱী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৮৮৩নন্দলাল বসু, ভাৰতীয় চিত্ৰশিল্পী।
- ১৯৩৮ৱাহীদা ৰহমান, ভাৰতীয় অভিনেত্ৰী।
- ১৯৯৬দূতী চান্দ, ভাৰতীয় দৌৰবিদ বা স্প্ৰিণ্টাৰ আৰু বৰ্তমান মহিলাৰ ১০০ মিটাৰ ইভেণ্টত জাতীয় ৰেকৰ্ডধাৰী।
মৃত্যু
- ১৪৬৮য়'হানেছ গুটন্বাৰ্গ, জাৰ্মান উদ্ভাৱক, চলনশীল ছপাশালৰ উদ্ভাৱক।
- ১৮৩২উমাজী নায়ক, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ২০১৭জ্যোতিপ্ৰসাদ মেধি, অসমীয়া পৰিসংখ্যাবিদ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ