অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৫ ফেব্ৰুৱাৰী

ঘটনাৱলী

  • ১৯৩৭চাৰ্লি চেপলিন অভিনীত প্ৰথম সবাক চলচ্চিত্ৰ মডাৰ্ন টাইমছ মুক্তি লাভ কৰে।

জন্ম

  • ১৯১৪ৱিলিয়াম এছ. বাৰ’জ, আমেৰিকাৰ বিট আন্দোলনৰ চুটিগল্পকাৰ আৰু ঔপন্যাসিক।
  • ১৯৩২শংখ ঘোষ, ভাৰতীয় কবি আৰু সমালোচক।
  • ১৯৭৬অভিষেক বচ্চন, ভাৰতীয় অভিনেতা।
  • ১৯৮৫ক্ৰিষ্টিয়ানো ৰোণাল্ডো, পৰ্তুগালৰ পেছাদাৰী ফুটবল খেলুৱৈ।
  • ১৯৯০ভুৱনেশ্বৰ কুমাৰ, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।
  • ১৯৯২নেইমাৰ, ব্ৰাজিলৰ পেছাদাৰী ফুটবল খেলুৱৈ।

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ