ইতিহাসৰ আজিৰ দিনত
২২ ফেব্ৰুৱাৰী
জন্ম
- ১৮৫৭লৰ্ড বেডেন পাৱেল, স্কাউট’ শিক্ষা পদ্ধতিৰ প্ৰবৰ্তক।
- ১৯১৪দেৱকান্ত বৰুৱা, অসমীয়া ৰোমান্তিক কবি।
- ১৯৩৭সাবিত্ৰী চট্টোপাধ্যায়, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬৫ইছমাইল হোছেইন, অসমীয়া কবি, সমালোচক আৰু গৱেষক।
- ১৯৮৫বোম্বাইলা দেৱী লাইশ্ৰাম, ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ।
মৃত্যু
- ১৯৪৪কস্তুৰবা গান্ধী, ভাৰতীয় ৰাজনৈতিক কৰ্মী।
- ১৯৫৮আবুল কালাম আজাদ, ভাৰতীয় পণ্ডিত, ৰাজনীতিজ্ঞ আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৯৪বিনন্দ চন্দ্ৰ বৰুৱা, অসমীয়া কবি।
- ২০১৫আদ্য শৰ্মা, অসমীয়া চিত্ৰশিল্পী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ