ইতিহাসৰ আজিৰ দিনত
১৮ ফেব্ৰুৱাৰী
জন্ম
- ১৭৪৫আলেছেন্দ্ৰো ভল্টা, ইটালীয়ান পদাৰ্থ বিজ্ঞানী, ৰসায়ন বিজ্ঞানী।
- ১৮৩৬ৰামকৃষ্ণ পৰমহংস, ভাৰতৰ সন্ত তথা ধৰ্মাচাৰক।
- ১৯২৪হিতেশ ডেকা, অসমীয়া সাহিত্যিক।
- ১৯২৫কৃষ্ণা সোব্তি, ভাৰতীয় সাহিত্যিক।
- ১৯২৬নলিনী জয়ৱন্ত, ভাৰতীয় অভিনেত্ৰী।
- ১৯৩০ত্ৰৈলোক্য দত্ত, অসমীয়া কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী।
- ১৯৩১টনি মৰিছন, আমেৰিকান সাহিত্যিক আৰু অধ্যাপক।
- ১৯৪৭বিজু ফুকন, অসমীয়া চলচ্চিত্ৰ অভিনেতা।
- ১৯৯৬অনুপমা পৰমেশ্বৰন, ভাৰতীয় অভিনেত্ৰী।
- ২০০২মনু ভাকৰ, ভাৰতীয় শ্বুটাৰ।
মৃত্যু
- ১৫৬৪মাইকেলেঞ্জেল', ইটালীৰ ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ