ইতিহাসৰ আজিৰ দিনত
১৯ ফেব্ৰুৱাৰী
জন্ম
- ১৪৭৩নিক'লাচ ক'পাৰ্নিকাচ, বিখ্যাত গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী।
- ১৬৩০ছত্ৰপতি শিৱাজী মহাৰাজ, ভাৰতীয় যোদ্ধা ৰজা।
- ১৬৬০ফ্ৰীডৰীখ হফমান, জাৰ্মান পদাৰ্থবিদ আৰু ৰসায়নবিদ।
- ১৯১৯হেম ভৰালী, ভাৰতীয় মুক্তি যুঁজাৰু।
- ১৯৬৩ফাল্গুনী নায়াৰ, ভাৰতীয় ব্যৱসায়ী।
- ১৯৬৪জেনিফাৰ ডাউডনা, আমেৰিকান জৈৱ ৰসায়নবিদ।
- ১৯৭০কে আৰ মীৰা, ভাৰতীয় লেখক আৰু সাংবাদিক।
- ১৯৮৬কৱি শাস্ত্ৰী, ভাৰতীয় ব্ৰিটিছ অভিনেতা।
- ২০০৪মিলি ববি ব্ৰাউন, ব্ৰিটিছ অভিনেত্ৰী আৰু মডেল।
মৃত্যু
- ১৮৬১ৰাণী ৰাসমণি, ভাৰতৰ জমিদাৰ।
- ১৯১৫গোপাল কৃষ্ণ গোখলে, ভাৰতীয় দাৰ্শনিক তথা ৰাজনীতিবিদ।
- ১৯৫১আণ্ড্ৰে পউল গুলেইম গিদ, ফৰাচী সাহিত্যিক।
- ১৯৮২গুৰুপ্ৰসাদ দাস, অসমীয়া বিজ্ঞানী।
- ২০১৬হাৰ্পাৰ লী, আমেৰিকান লেখক।
- ২০১৭বনশ্ৰী সেনগুপ্ত, ভাৰতীয় গায়িকা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ