ইতিহাসৰ আজিৰ দিনত
১৭ ফেব্ৰুৱাৰী
জন্ম
- ৬২৪উ জেতিয়ান, চীনৰ ঝাউ ৰাজবংশৰ সম্ৰাজ্ঞী।
- ১৮৯৯জীবনানন্দ দাস, বাংলা ভাষাৰ উল্লেখযোগ্য কবি।
- ১৯৫১মীনা আলেকজেণ্ডাৰ, ভাৰতীয় কবি, চিন্তাবিদ আৰু লেখক।
- ১৯৫৫মো য়েন, চীনা ঔপন্যাসিক আৰু চুটি গল্প লেখক।
- ১৯৫৯মিহিৰ দাস, ওড়িয়া চলচ্চিত্ৰৰ অভিনেতা।
- ১৯৯১পূজা ৰাণী বুৰা, ভাৰতীয় মিডলৱেইট বক্সাৰ।
মৃত্যু
- ১৯৯৩ৰাণী গাইডিনলিউ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ২০০৮শীলা ভাটিয়া, ভাৰতীয় কবি, নাট্যকাৰ।
- ২০১৪অমৰকান্ত, ভাৰতীয় সাহিত্যিক।
- ২০১৫আশ্ৰাফুল হক, ভাৰতীয় অভিনেতা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ