ইতিহাসৰ আজিৰ দিনত
২০ অক্টোবৰ
ঘটনাৱলী
জন্ম
- ১৯৩০লীলা শেঠ, ভাৰতীয় ন্যায়াধীশ।
- ১৯৫৭কুমাৰ চানু, ভাৰতীয় নেপথ্য গায়ক।
- ১৯৬৪কমলা দেৱী হেৰিছ, আমেৰিকাৰ ৰাজনীতিবিদ আৰু অধিবক্তা।
- ১৯৬৭মনিকা আলী, বাংলাদেশী বংশোদ্ভূত ব্ৰিটিছ লেখক তথা ঔপন্যাসিক।
- ১৯৭৮বীৰেন্দ্ৰ সেহৱাগ, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৯৯অপৰ্ণা দীক্ষিত, ভাৰতীয় টেলিভিচন অভিনেত্ৰী।
মৃত্যু
- ১৯৫২সোণাৰাম পাঞাং কটকী, মিচিং জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণেতা, সাহিত্যিক, সমাজ কৰ্মী, শিক্ষানুৰাগী ব্যক্তি।
- ১৯৮৪পল এদ্ৰিয়েন মৰিছ ডিৰাক ইংৰাজ তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
- ২০১০ফাৰুক গিলানী, পাকিস্তানৰ অষ্টম ৰাষ্ট্ৰপতি।
- ২০১১মোৱাম্মাৰ গাড্ডাফি, লিবিয়াৰ নেতা।
- ২০১৬জুংক' টাবেই, জাপানীজ পৰ্বতাৰোহী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ