জেক কেৰুয়াক (Jack Kerouac) আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক। তেওঁৰ জন্ম ১৯২২ চনৰ ১২ মাৰ্চ। মৃত্যু ১৯৬৯ চনৰ ২১ অক্টোবৰ।
সাহিত্যকৃতি
- অন দি ৰ'ড
- ডক্টৰ চাক্স
- দি ধৰ্মা বাম্ছ
- মেসিকো চিটি ব্লুজ
- দি চাবটেৰানিয়ান্স
- ডেজোলেচন এঞ্জেল্ছ
- ভিজন্ছ অফ ক'ডি
- বিগ সুৰ
তথ্য সংগ্ৰহ
- চাৰ্লস মেকগ্ৰাথ: এনাদাৰ চাইড অফ কেৰুয়াক ( ২০০৯ )
- জেৰল্ড নিকোচিয়া: '''এ ক্ৰিটিকাল বায়োগ্ৰাফি অফ জ্যাক কেৰুয়াক ( ১৯৮৩ )
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেক কেৰুৱাক” প্ৰবন্ধৰ সংশোধন ৩৮৫১২৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।