অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৯ অক্টোবৰ

ঘটনাৱলী

  • ১৩৮৬জাৰ্মানীৰ আটাইতকৈ পুৰণি উচ্চ শিক্ষা প্ৰতিষ্ঠান হাইডেলবাৰ্গ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।
  • ১৩৮৬অট্টোমান বাহিনীয়ে বুলগেৰিয়াৰ ৰাজধানী ছফিয়া দখল কৰে।
  • ১৭৮১আমেৰিকাত ব্ৰিটিছ সেনাৰ মুৰব্বী লৰ্ড কৰ্ণৱালিছে আমেৰিকান সেনাৰ মুৰব্বী জৰ্জ ৱাশ্বিংটনৰ হাতত আত্মসমৰ্পণ কৰে আৰু আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ অন্ত পৰে।
  • ১৮১২প্ৰাকৃতিক দুৰ্যোগৰ বাবে নেপোলিয়নে মস্কো এৰি যাবলৈ বাধ্য হয়।
  • ১৮৮৮ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তিনিকেতন প্ৰতিষ্ঠা কৰে।
  • ১৯২৩কেমল পাছাৰ নেতৃত্বত তুৰস্ক গণৰাজ্যৰ আধুনিক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৪৪ফিলিপাইনছত জাপানী সৈন্যৰ সৈতে আমেৰিকান সৈন্যৰ সংঘৰ্ষ হয়।
  • ১৯৫০ৰাষ্ট্ৰসংঘ বাহিনীয়ে উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইয়াং দখল কৰে।
  • ১৯৫১ব্ৰিটেইনে ছুয়েজ খান অঞ্চল অধিগ্ৰহণ কৰে।
  • ১৯৫৪অষ্ট্ৰেলিয়াৰ এদল অভিযাত্ৰীয়ে বিশ্বৰ ষষ্ঠ সৰ্বোচ্চ পৰ্বত চো অয়ু জয় কৰে।
  • ১৯৬২ভাৰত-চীন সীমান্তত সংঘাত আৰম্ভ হয়।
  • ১৯৬৫চীন-নেপাল চৰকাৰী ডাইৰেক্ট মেইল ব্যৱস্থা আৰম্ভ হয়।
  • ১৯৭২হণ্ডুৰাছে বাংলাদেশক এখন স্বাধীন দেশ হিচাপে স্বীকৃতি দিয়ে।
  • ১৯৭২বাংলাদেশ ইউনেস্কোৰ সদস্য হয়।
  • ১৯৭৩স্পেইনত বানপানীৰ ফলত ২০০ জন লোকৰ মৃত্যু হয়।
  • ১৯৭৬লেবাননত জায়নিষ্ট ইজৰাইলৰ মোছাদ চোৰাংচোৱা সংস্থাৰ ষড়যন্ত্ৰৰ কথা স্বীকাৰ কৰি পেলেষ্টাইন মুক্তি সংগঠনৰ জ্যেষ্ঠ বিষয়া আলী হাছান চালামাহ শ্বহীদ হয়।
  • ১৯৭৭দক্ষিণ আফ্ৰিকাত ১৮টা বৰ্ণবাদ বিৰোধী সংগঠন নিষিদ্ধ কৰা হয়।
  • ১৯৮৩বাওঁপন্থী সামৰিক অভ্যুত্থানত গ্ৰেনাডাৰ প্ৰধানমন্ত্ৰী মোবিছ নিহত হয়।
  • ১৯৮৬দক্ষিণ আফ্ৰিকাৰ সীমান্তত বিমান দুৰ্ঘটনাত ৩০ জন যাত্ৰীৰ সৈতে মোজাম্বিকৰ ৰাষ্ট্ৰপতি ছামোৰ মিচেলৰ মৃত্যু হয়।
  • ১৯৮৮ভাৰতত পৃথক পৃথক বিমান দুৰ্ঘটনাত ১৬৪ জন নিহত হয়।
  • ১৯৯১বাংলাদেশত ৰাষ্ট্ৰপতি শাসনৰ অন্ত পৰে।
  • ১৯৯৩পিপলছ পাৰ্টিৰ নেতা বেনজিৰ ভুট্টো দ্বিতীয়বাৰৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।
  • ১৯৯৬বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে সোণাৰগাঁৱত শিলপাচাৰ্য জৈনুল লোক-শিল্প সংগ্ৰহালয় উদ্বোধন কৰে।
  • ১৯৯৬চীনৰ প্ৰথমখন হট এয়াৰশ্বিপ “চীন নং ১”ই বেইজিঙত সফলতাৰে উৰা মাৰে।

জন্ম

মৃত্যু

  • ১৯৩৭আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড, নিউজিলেণ্ডত জন্ম গ্ৰহণ কৰা প্ৰসিদ্ধ ব্ৰিটিছ পদাৰ্থবিদ।
  • ২০১৩মাধুৰী চট্টোপাধ্যায়, বঙালীভাষী ভাৰতীয় সঙ্গীত শিল্পী।
  • ২০১৯জাকিৰ খান, বাংলাদেশৰ চলচ্চিত্ৰ পৰিচালক আছিল।
  • ২০২০জয়ন্ত মাধৱ, অসমৰ অৰ্থনীতিবিদ।
  • ২০২০প্ৰভাত চন্দ্ৰ হাজং, দৰং জিলাৰ বিশিষ্ট ব্যক্তি। তেওঁ হাজং উন্নয়ণ সমিতি, পাৰ্বত্য জনজাতি পৰিষদ আৰু অসম হাজং জাতীয় পৰিষদৰ মূখ্য উপদেষ্টা আছিল। লগতে ওৰাং, পাউৰিপোটা, ধনশিৰি, শিলবৰী, কপাটী অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী তথা অভিভাৱক হিচাপে আছিল।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ