ইতিহাসৰ আজিৰ দিনত
১৫ অক্টোবৰ
ঘটনাৱলী
- ১৯৬৪চীনে প্ৰথম বাৰৰ বাবে পাৰমাণৱিক বোমা পৰীক্ষণ কৰে।
জন্ম
- ১৫৪১ইভানজেলিষ্টা টৰচেলি, ইটালীৰ পদাৰ্থবিদ, বেৰোমিটাৰৰ আৱিষ্কাৰক।
- ১৮৭৪সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা, অসমীয়া সাহিত্যিক।
- ১৯০০হেমৰাম বৰা, ভাৰতৰ স্বাধীনতা সেনানী।
- ১৯৩১ড° এ পি জে আব্দুল কালাম, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মিছাইল মেন।
- ১৯৩৪প্ৰভাত চন্দ্ৰ হাজং, হাজং সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তি। তেওঁ আছিল হাজং উন্নয়ন সমিতি, পাৰ্বত্য জনজাতি পৰিষদ আৰু অসম হাজং জাতীয় পৰিষদ মুখ্য উপদেষ্টা আছিল।
- ১৯৫১অপূৰ্ব বেজবৰুৱা, অসমৰ কণ্ঠশিল্পী, কবি, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক।
- ১৯৫৭মীৰা নায়াৰ, ভাৰতীয় আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা।
মৃত্যু
- ১৯১৭মাতাহাৰী, মহিলা গুপ্তচৰ। ফৰাচী সেনাৰ গুলীত নিহত হয়। নিপুণ নৰ্তকী মাতাহাৰীয়ে প্ৰথম মহাসমৰত জাৰ্মানীৰ চোৰাংচোৱা ৰূপে বিশেষ খ্যাতি অৰ্জন কৰিছিল।
- ১৯৭৭জয়ন্ত হাজৰিকা, অসমীয়া কণ্ঠশিল্পী, সুৰকাৰ।
- ২০০০ৰসেশ্বৰ শইকীয়া বৰবায়ন, সত্ৰীয়া নৃত্যশিল্পী।
- ২০০৪হেম বৰগোহাঞি, বিশিষ্ট সাহিত্যিক।
- ২০২০অক্কিতম অচ্যুতম নম্বুথিৰী, ভাৰতীয় কবি আৰু গদ্যকাৰ।
- ২০২০ভানু আথাইয়া, ভাৰতীয় কষ্টিউম ডিজাইনাৰ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ