ইতিহাসৰ আজিৰ দিনত
৩০ জানুৱাৰী
জন্ম
- ১৯১০চিদাম্বৰম সুব্ৰমনিয়াম, ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী।
- ১৯১৩অমৃতা শ্বেৰগিল, হাংগেৰীয়ান ভাৰতীয় চিত্ৰশিল্পী।
- ১৯২৪ড॰ অমলেন্দু গুহ, অসমৰ ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক।
- ১৯৪১দীপালী বৰঠাকুৰ,অসমৰ এগৰাকী স্বনামধন্য গায়িকা।
- ১৯৪৮আকিৰা য়শ্বিন', জাপানী ৰসায়নবিদ।
মৃত্যু
- ১৯৪৮মোহনদাস কৰমচান্দ গান্ধী, ভাৰতৰ জাতিৰ পিতা, স্বাধীনতা সংগ্ৰামী।
- ২০১৩সোণাৰাম চুতীয়া, অসমীয়া শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু।
- ২০২২অনুপমা ভট্টাচাৰ্য, অসমৰ চলচ্চিত্ৰ অভিনেত্ৰী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ