ইতিহাসৰ আজিৰ দিনত
২৬ জানুৱাৰী
জন্ম
- ১৯১৫ৰাণী গাইডিনলিউ, ভাৰতীয় স্বাধীনতা অন্দোলনৰ সেনানী।
- ১৯৫৬ডায়েনা এডুলজি, প্ৰাক্তন ভাৰতীয় মহিলা টেষ্ট ক্ৰিকেটাৰ।
- ১৯৬৬অনিতা নায়াৰ, ভাৰতীয় ইংৰাজী ভাষাৰ ঔপন্যাসিক।
- ১৯৮৮গিৰীশা নাগাৰাজেগৌড়া, ভাৰতীয় পেৰা-এথলীট তথা হাই জাম্প খেলুৱৈ।
- ১৯৮৯লক্ষ্মীৰাণী মাঝি, ভাৰতীয় বাঁওহতীয়া ৰিকাৰ্ভ ধনুৰ্বিদ।
মৃত্যু
- ১৮২৩এডৱাৰ্ড জেনাৰ, ইংৰাজ চিকিৎসক আৰু বিজ্ঞানী।
- ১৯৬৯ঠাকুৰ অনুকূলচন্দ্ৰ, ভাৰতৰ ধৰ্ম সংস্কাৰক।
- ২০১৫আৰ কে লক্ষ্মণ, ভাৰতীয় কাৰ্টুনিষ্ট, চিত্ৰকৰ আৰু ব্যংগ লেখক।
- ২০১৮সুপ্ৰিয়া দেৱী, ভাৰতীয় অভিনেত্ৰী।
- ২০২১ৰমেশ পাঠক, অসমীয়া গৱেষক, অধ্যাপক, বিশ্লেষক, সাহিত্য সমালোচক, সম্পাদক, ভাষাবিদ, বৈয়াকৰণিক, নিবন্ধকাৰ আৰু বক্তা।
- ২০২২অপৰ্ণা মহন্ত, অসমৰ নাৰীবাদী সাহিত্যিক, শিক্ষাবিদ আৰু গৱেষক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ