ইতিহাসৰ আজিৰ দিনত
১৫ জানুৱাৰী
ঘটনাৱলী
- ১৫৫৯এলিজাবেথ প্ৰথমক ইংলেণ্ডৰ ৰাণী ঘোষণা কৰা হয়।
- ১৮৮৯আটলাণ্টাত ক'কা-ক'লা কোম্পানী (তেতিয়া পেম্বাৰ্টন মেডিচিন কোম্পানী নামেৰে জনাজাত) আৰম্ভ কৰা হয়।
- ২০০১ৱিকিপিডিয়াৰ আৰম্ভণি।
জন্ম
- ১৯১৯চৈয়দ আব্দুল মালিক, অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি।
- ১৯২৬কে. ডি. যাদৱ, ভাৰতীয় খেলুৱৈ।
- ১৯২৯মাৰ্টিন লুথাৰ কিং, কনিষ্ঠ, আমেৰিকাৰ ৫০ আৰু ৬০ দশকৰ অসামৰিক অধিকাৰ আন্দোলনৰ নেতা।
- ১৯৩৮চুনী গোস্বামী, ভাৰতীয় ক্ৰিকেটাৰ আৰু ফুটবল খেলুৱৈ।
- ১৯৬৭ভানুপ্ৰিয়া, ভাৰতীয় অভিনেত্ৰী।
- ১৯৭৫মেৰী পিয়াৰ্ছ, ফ্ৰান্সৰ মহিলা টেনিছ খেলুৱৈ।
মৃত্যু
- ১৯৯৮গুলজাৰিলাল নন্দা, ভাৰতৰ এগৰাকী ৰাজনৈতিক নেতা তথা অৰ্থনীতিবিদ।
- ২০১২হোমাই ভ্যাৰাৱালা, ভাৰতৰ প্ৰথম মহিলা ফটো সাংবাদিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ