ইতিহাসৰ আজিৰ দিনত
১৪ জানুৱাৰী
জন্ম
- ১৮৭৫এলবাৰ্ট স্কোৱেটজাৰ, নোবেল বিজয়ী জাৰ্মানীৰ প্ৰখ্যাত চিকিৎসাবিদ।
- ১৯০৫দুৰ্গা খোটে, ভাৰতীয় অভিনেত্ৰী।
- ১৯২৬মহাশ্বেতা দেৱী, ভাৰতীয় বাঙালী সাহিত্যিক আৰু মানৱাধিকাৰ আন্দোলনকৰ্মী। (মৃ.২৮/০৭/২০১৬)
- ১৯২৯শ্যামল মিত্ৰ, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, সঙ্গীত পৰিচালক তথা চলচ্চিত্ৰ প্ৰযোজক।
- ১৯৬৫সীমা বিশ্বাস, ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী।
মৃত্যু
- ১৭৪২এডমাণ্ড হেলি, ইংৰাজ জ্যোতিৰ্বিদ আৰু গণিতজ্ঞ।
- ২০০৮অৰ্চনা শৰ্মা, ভাৰতীয় উদ্ভিদ বিজ্ঞানী, কোষ বংশগতিবিজ্ঞানী, কোষ জীৱবিজ্ঞানী আৰু কোষবিষবিজ্ঞানী।
- ২০১৪কনক চন্দ্ৰ ডেকা, অসমীয়া সাহিত্যিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ