অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এনটিএ) হৈছে ভাৰতীয় কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দ্বাৰা অনুমোদিত এটা চৰকাৰী সংস্থা। ২০১৭ চনৰ নৱেম্বৰ মাহত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এনটিএ গঠন কৰা হৈছিল।

হালনাগাদ: ২৯ মে’ ২০২৩ ৩১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এনটিএ) হৈছে ভাৰতীয় কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দ্বাৰা অনুমোদিত এটা চৰকাৰী সংস্থা। ২০১৭ চনৰ নৱেম্বৰ মাহত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এনটিএ গঠন কৰা হৈছিল।১২

তথ্যসূত্ৰ

  1. ↑ NTA: How one of world's biggest 'exam agencies' is making tests smarter, less stressful - Times of India. The Times of India
  2. ↑ (10 November 2017). Centre approves creation of National Testing Agency. The Hindu

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা” প্ৰবন্ধৰ সংশোধন ৩৬৭৫৭৪ (২৯ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।