মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় (Ministry of Human Resource Development), পূৰ্বে শিক্ষাৰ মন্ত্ৰালয় (১৯৮৫ চনৰ ২৫ ছেপ্টেম্বৰলৈকে), ভাৰতৰ মানৱ সম্পদ বিকাশৰ বাবে দায়বদ্ধ। ৰমেশ পখ্ৰিয়ালৰ দ্বাৰা গঠিত এই মন্ত্ৰালয় দুটা ভাগত বিভক্ত: প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ সৈতে জড়িত 'স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ' আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা, প্ৰযুক্তিবিদ্যাৰ শিক্ষা, বৃত্তি ইত্যাদিৰ সৈতে জড়িত 'উচ্চ শিক্ষাৰ বিভাগ'।১
স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ
স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ দেশত বিদ্যালয়ৰ শিক্ষা আৰু সাক্ষৰতাৰ বিকাশৰ বাবে দায়বদ্ধ। ই শিক্ষাৰ সৰ্বজনীনতাৰ হকে কাম কৰে।
উচ্চ শিক্ষাৰ বিভাগ
উদ্ভাৱনী কক্ষ
মন্ত্ৰীমণ্ডলী
ৰমেশ পখ্ৰিয়াল 'নিচাংক' (৩১ মে', ২০১৯-বৰ্তমানলৈকে)
ৰাজ্যিক মন্ত্ৰীমণ্ডলী
- সঞ্জয় শৰ্মা ধোট্ৰী (৩১ মে', ২০১৯-বৰ্তমান)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ MHRD Who's who
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ শিক্ষা মন্ত্ৰালয়” প্ৰবন্ধৰ সংশোধন ৫৪০৮২২ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।