অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাষ্ট্ৰীয় কামিঙআউট দিৱস

ৰাষ্ট্ৰীয় কামিঙআউট দিৱস (National comingout day) আন্তৰ্জাতিকভাৱে ১১ অক্টোবৰ তাৰিখে লেছবিয়ান, গে', বাইচেক্সুৱেল আৰু ট্ৰান্সজেণ্ডাৰ সকলৰ মানৱ অধিকাৰৰ ওপৰত সজাগতাৰ বাবে উদযাপন কৰা হয়। এই দিৱসটোত নিজৰ পৰিয়াল, সমনীয়া আৰু সহকৰ্মীৰ আগত কামিঙ আউট হৈ মুক্ত ভাবে জীয়াই থকাৰ বাবে সজাগতা অনা হয়।

হালনাগাদ: ১২ ছেপ্তেম্বৰ ২০২১ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় কামিঙআউট দিৱস (National comingout day) আন্তৰ্জাতিকভাৱে ১১ অক্টোবৰ তাৰিখে লেছবিয়ান, গে', বাইচেক্সুৱেল আৰু ট্ৰান্সজেণ্ডাৰ সকলৰ মানৱ অধিকাৰৰ ওপৰত সজাগতাৰ বাবে উদযাপন কৰা হয়। এই দিৱসটোত নিজৰ পৰিয়াল, সমনীয়া আৰু সহকৰ্মীৰ আগত কামিং আউট হৈ মুক্ত ভাবে জীয়াই থকাৰ বাবে সজাগতা অনা হয়।১২

এই দিৱসৰ মতে হ'ম'ফবিয়া আৰু অন্য ৰোমাণ্টিক অভিমুখিতা আৰু যৌন অভিমুখিতা বিৰোধী কাৰ্য সমূহ অজ্ঞানতা আৰু অসচেতনতাৰ ফলত হয় আৰু কোনো ব্যক্তিৰ আত্মীয় যদি এলজিবিটি সমাজৰ হয় তেন্তে তেওঁ হ'ম'ফবিক, বাইফবিক আৰু ট্ৰান্সফ'বিক কৰ্মৰ পৰা বিৰত থকা দেখা যাওঁ।

আন্তৰ্জাতিক উদযাপন

আমেৰিকা যুক্তৰাষ্ট্ৰত মানৱ অধিকাৰ অভিযানে এই দিৱস ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপে আৰম্ভ কৰিছিল যাৰ লক্ষ আছিল কামিঙ আউট কৰা আৰু গে' দম্পতী, অভিভাৱক, পিতৃমাতৃ, শিশু আৰু বিপৰীতকামী বন্ধু সকলক জ্ঞানসমূহ সমূহ প্ৰদান কৰা আৰু তেওঁলোকক মুক্ত ভাবে জীৱন যাপন কৰিবলৈ অধিকাৰ প্ৰদান কৰিবলৈ।৩যিহেতু সৰ্ব প্ৰথমে এই দিৱস আমেৰিকা যুক্তৰাষ্ট্ৰত উদযাপন কৰা হৈছিল সেয়ে এই দিৱসক ৰাষ্ট্ৰীয় দিৱস বুলি কোৱা হয়। যদিও বৰ্তমান ই বিশ্বৰ ভিন্ন প্ৰান্তত উদযাপিত হৈছে।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ | History of Coming Out & Themes of NCOD". Human Rights Campaign October 11, 2014
  2. ↑ Hoffman, Amy (2007) An Army of Ex-Lovers: My life at the Gay Community News. University of Massachusetts Press. pp.xi–xiii. ISBN 978-1558496217
  3. ↑ | History of Coming Out & Themes of NCOD". Human Rights Campaign October 11, 2014

সম্পৰ্কিত শ্ৰেণী

সমকামিতাএলজিবিটিদিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় কামিঙআউট দিৱস” প্ৰবন্ধৰ সংশোধন ২৯৫৯৭৮ (১২ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।