অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ব্ৰামৰাচোখ

ব্ৰামৰাচোখ ( (ব্ৰামচোখ বা ৰাচোক নামেৰেও জনাজাত )কাশ্মীৰী কিংবদন্তিৰ এক কাল্পনিক চৰিত্ৰ। ই জনশূন্য অঞ্চলত থাকি পোহৰ দেখোৱাই ভ্ৰমণকাৰীসকলক বিভ্ৰান্ত কৰে। তেওঁ মূৰত এটা জুইৰ পাত্ৰ লৈ থাকে। তেওঁৰ কপালত এটা উজ্জ্বল চকু আছে।

হালনাগাদ: ২৯ জুলাই ২০২৫ ৫২ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

ব্ৰামৰাচোখ ( ১ (ব্ৰামচোখ বা ৰাচোক নামেৰেও জনাজাত ২ )কাশ্মীৰী কিংবদন্তিৰ এক কাল্পনিক চৰিত্ৰ। ই জনশূন্য অঞ্চলত থাকি পোহৰ দেখোৱাই ভ্ৰমণকাৰীসকলক বিভ্ৰান্ত কৰে। তেওঁ মূৰত এটা জুইৰ পাত্ৰ লৈ থাকে। তেওঁৰ কপালত এটা উজ্জ্বল চকু আছে। কোৱা হয় যে দেৰিকৈ অহা যাত্ৰীসকলে সঘনাই দূৰৱৰ্তী স্থানত এই পোহৰ দেখা পায়, যি এক গুহালৈ লৈ যায়। ৩

তথ্যসূত্ৰ

  1. ↑ Grierson, George Abraham. (1932). A dictionary of the Kashmiri language. dsal.uchicago.edu
  2. ↑ (2021-03-14). Kashmiri Mythical Creatures. Gyawun
  3. ↑ Kalla. (1985). The Literary Heritage of Kashmir. Mittal Publications. পৃ. 238

সম্পৰ্কিত শ্ৰেণী

সাধুকথাসাধুকথাৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰামৰাচোখ” প্ৰবন্ধৰ সংশোধন ৫২৮৫৩১ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।