অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৩০ মে'

১৯৮৭ - গোৱাই ভাৰতৰ ২৬ তম ৰাজ্য় হিচাপে স্বীকৃতি পায়। ২০১৯ - শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ কৰে৷ ২০১৫ - কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী অনন্ত কুমাৰে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু যুৱ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

হালনাগাদ: ২৮ মে’ ২০২৩ ১৫৭ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৯৮৭ - গোৱাই ভাৰতৰ ২৬ তম ৰাজ্য় হিচাপে স্বীকৃতি পায়।
  • ২০১৯ - শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ কৰে৷
  • ২০১৫ - কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী অনন্ত কুমাৰে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু যুৱ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গৱাহাটীস্থিত “ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান”ৰ স্থায়ী প্ৰাংগণৰ আধাৰশিলা কামৰূপ জিলাৰ চাংচাৰিত স্থাপন কৰে।

জন্ম

  • ১৯৫৫ - জনপ্ৰিয় বলিউডৰ অভিনেতা পৰেশ ৰাৱালৰ জন্মদিন।
  • ১৯৮০ - ষ্টিভেন জেৰাড, ইংলেণ্ডৰ ফুটবল খেলুৱৈ।

মৃত্যু

  • ১৪৩১ - জোন অফ আৰ্ক, এগৰাকী ফৰাচী বীৰাংগনা আৰু ৰোমান কেথ’লিক মনিষী।
  • ১৭৭৮ - ভলটেয়াৰ, ফৰাচী লেখক আৰু দাৰ্শনিক।
  • ১৯২৩ - ভোলানাথ বৰুৱা, অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল।
  • ১৯৬৫ - লুই ইয়েল্ম্‌স্লেভ, ডেনমাৰ্কৰ ভাষাবিজ্ঞানী।
  • ১৯৮১ - জিয়াউৰ ৰহমান, বাংলাদেশৰ স্বাধীনতাৰ ঘোষক, ৰাষ্ট্ৰপতি আৰু সেনাপ্ৰধান আৰু বীৰ উত্তম উপাধিপ্ৰাপ্ত মুক্তিযোদ্ধা।
  • ২০১৩ - বীণা মজুমদাৰ, ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী।
  • ২০১৩ - ঋতুপৰ্ণ ঘোষ, ভাৰতৰ চলচ্চিত্ৰ পৰিচালক, অভিনেতা, লেখক আৰু গীতিকাৰ।

দিৱস

বহিঃসংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩০ মে'” প্ৰবন্ধৰ সংশোধন ৩৬৭৫১১ (২৮ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।