অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২২ মে'

১৭৬২ – ছুইডেন আৰু প্ৰুছিয়াই হামবাৰ্গ চুক্তিত সাক্ষৰ কৰে। ১৮৪৯ – আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে (আব্ৰাহাম লিংকন) “লাইফ ব’ট”ৰ পেটেণ্ট লাভ কৰে। যিকোনো আৱিষ্কাৰৰ পেটেণ্ট লাভ কৰা তেঁৱেই একমাত্ৰ আমেৰিকান ৰাষ্ট্ৰপতি। ১৯০৬ – ৰাইট ভাতৃদ্বয়ে “উৰন্ত সৰঞ্জাৰ (Flying-Machine)”ৰ পেটেণ্ট লাভ কৰে।

হালনাগাদ: ১১ মাৰ্চ ২০২৬ ১৫৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

উল্লেখযোগ্য ঘটনাৱলী

  • ১৭৬২ – ছুইডেন আৰু প্ৰুছিয়াই হামবাৰ্গ চুক্তিত সাক্ষৰ কৰে।
  • ১৮৪৯ – আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে (আব্ৰাহাম লিংকন) “লাইফ ব’ট”ৰ পেটেণ্ট লাভ কৰে। যিকোনো আৱিষ্কাৰৰ পেটেণ্ট লাভ কৰা তেঁৱেই একমাত্ৰ আমেৰিকান ৰাষ্ট্ৰপতি।
  • ১৯০৬ – ৰাইট ভাতৃদ্বয়ে “উৰন্ত সৰঞ্জাৰ (Flying-Machine)”ৰ পেটেণ্ট লাভ কৰে।
  • ১৯৯০ – উত্তৰ আৰু দক্ষিণ উনান সংযুক্ত হৈ নতুন য়ুনান গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰে।
  • ২০০০ – শ্ৰীলংকাত জাফানা অধিকাৰ কৰা প্ৰায় ১৫০ জনতকৈ অধিক সন্ত্ৰাসবাদী হত্যা কৰা হয়।

জন্ম

  • ১৭৭২ - ৰাজা ৰামমোহন ৰায়, ভাৰতীয় দাৰ্শনিক, সমাজ সংস্কাৰক (মৃত্যু: ১৮৩৩ চন)
  • ১৮৫৯ - আৰ্থৰ ক'নান ডয়েল, স্কটিচ সাহিত্যিক, চাৰ্লক হোমচ চৰিত্ৰটোৰ বাবে বিখ্যাত।
  • ১৯২০ - থমাছ গল্ড, অষ্ট্ৰেলিয়ান-আমেৰিকান বিজ্ঞানী (মৃত্যু ২০০৪ চন)
  • ১৯৪০ - ইৰাপল্লী প্ৰসন্ন, ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯৬১ - সুমেইৰা আব্দুলআলি, ভাৰতীয় পৰিৱেশবিদ।
  • ১৯৮৭ - নোভাক জʼকোভিচ, ছাৰ্বিয়ান টেনিছ খেলুৱৈ।
  • ১৯৯৮ - চিন্ময় কলিতা, সম্পাদক, আস্থা আলোচনী।

মৃত্যু

  • ১৫৪৫ - শ্বেৰ ছাহ ছুৰী, ভাৰতীয় শাসক। (জন্ম: ১৪৮৬ চন)
  • ১৮৮৫ - ভিক্টৰ হুগো, ফৰাচী সাহিত্যিক, ৰাজনীতিবিদ আৰু মানৱ আধিকাৰ কৰ্মী। (জন্মঃ ১৮০২)

দিৱস

সম্পৰ্কিত শ্ৰেণী

মে'

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২২ মে'” প্ৰবন্ধৰ সংশোধন ৫৮৭১১৩ (১১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।