অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 229, চমুকৈ: NH 229) হৈছে অৰুণাচল প্ৰদেশৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। ই ৰাষ্ট্ৰীয় ঘাইপথটো ৰাজ্যখনৰ পশ্চিমত অৱস্থিত টাৱাঙ চহৰত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো পাছিঘাট গৈ শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ১০৯০ কিঃমিঃ। এই পথটো কেৱল অৰুণাচল প্ৰদেশতেই বিস্তৃত হৈ আছে।

হালনাগাদ: ১০ আগষ্ট ২০২৬ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 229, চমুকৈ: NH 229) হৈছে অৰুণাচল প্ৰদেশৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। ই ৰাষ্ট্ৰীয় ঘাইপথটো ৰাজ্যখনৰ পশ্চিমত অৱস্থিত টাৱাঙ চহৰত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো পাছিঘাট গৈ শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ১০৯০ কিঃমিঃ। এই পথটো কেৱল অৰুণাচল প্ৰদেশতেই বিস্তৃত হৈ আছে।১

সংযোগ স্থাপন কৰা ঠাইসমূহ

লগতে চাওক

  • List of National Highways in India

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ NATIONAL HIGHWAYS AND THEIR LENGTH. Ministry of Road Transport and Highways (India)

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৬২৫৮১২ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।