অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২১ ছেপ্টেম্বৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৫ ২৩৪ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৯৪৯ - মণিপুৰ ভাৰতৰ লগত অন্তৰ্ভুক্ত হয়।

জন্ম

  • ১৭৩৭ - ফ্ৰান্সিছ হ'পকিনছন, আমেৰিকান লেখক আৰু আমেৰিকাৰ প্ৰথম জাতীয় পতাকা আৰ্হি নিৰ্মাতা।
  • ১৮৬৬ - এইছ জি ৱেলছ, বিখ্যাত ইংৰাজী কল্পবিজ্ঞান কাহিনী লেখক। তেখেতৰ দুখন বিখ্যাত কিতাপ হ'ল - দা ৱাৰ অৱ দা ৱৰ্ল্ডছ আৰু দা টাইম মেছিন।
  • ১৮৯৮ - তুষাৰকান্তি ঘোষ, আন্তৰ্জাতিক খ্যাতি সম্পন্ন ভাৰতীয় বঙালী সাংবাদিক আৰু লেখক। (মৃত্যুঃ ২৯ আগষ্ট, ১৯৯৪)
  • ১৯০৯ - ক্বোৱামে এনক্ৰোমা (Kwame Nkrumah), ঘানাৰ প্ৰথম প্ৰধান মন্ত্ৰী আৰু প্ৰথম ৰাষ্ট্ৰপতি।
  • ১৯৩১ - চিউকুৰো "চুকি" মানাবে জাপানী মূলৰ আমেৰিকান জলবায়ুবিদ আৰু বতৰবিজ্ঞানী।
  • ১৯৩৪ - ডেভিদ জেমছ থুলছ, ব্ৰিটিছ পদাৰ্থ বিজ্ঞানী।
  • ১৯৩৭- অসমৰ বিশিষ্ট গীতিকাৰ,সুৰকাৰ হেমন্ত কুমাৰ গোস্বামীদেৱৰ জন্ম।
  • ১৯৫১ - ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী, অসমীয়া লেখক, সমালোচক, অধ্যাপক আৰু প্ৰাৱন্ধিক।
  • ১৯৫৪ - শ্বিঞ্জ’ আবে, জাপানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতি।
  • ১৯৫৫ - গুলছন গ্ৰ'ভাৰ, বলীউডৰ বিখ্য়াত খলনায়ক অভিনেতা।
  • ১৯৭৯ - ক্ৰিছ গেইল, ৱেষ্ট ইণ্ডিজৰ বিখ্য়াত ক্ৰিকেট খেলুৱৈ।
  • ১৯৮০ - কৰিণা কাপুৰ, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৮৮ - নয়নমণি শইকীয়া, ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ল'ন বল খেলুৱৈ।

মৃত্যু

  • ১৯ খ্ৰীষ্টপূৰ্ব - ভাৰ্জিল (Virgil), প্ৰাচীন ৰোমান কবি।
  • ১৩২৭ - এডৱাৰ্ড দ্বিতীয়, ইংলেণ্ডৰ ৰজা।
  • ১৫৫৮ - চাৰ্লছ পঞ্চম, স্পেইন আৰু ৰোমৰ সম্ৰাট।
  • ১৫৭৬ - গিৰ'লাম' কাৰ্ডান' (Gerolamo Cardano), ইটালীৰ এজন গণিতজ্ঞ আৰু বিজ্ঞানী। ঋণাত্মক সংখ্যাৰ বাবে জনাজাত।
  • ১৯৯৯ - ক্ষীৰদাকান্ত বিষয়া, অসমীয়া সংগীতজ্ঞ।
  • ২০২২ - ৰাজু শ্ৰীবাস্তৱ, কৌতুক অভিনেতা আৰু ৰাজনীতিবিদ, গজোধৰ নামেৰে খ্যাত। (জন্ম: ২৫ ডিচেম্বৰ, ১৯৬৩)

দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

ছেপ্টেম্বৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২১ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৫৪০২৪৫ (২৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।