অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

২০২৬ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপ

২০২৬ আইচিচি পুৰুষ টি–২০ বিশ্বকাপ হৈছে আইচিচি পুৰুষ টি–২০ বিশ্বকাপৰ দশম সংস্কৰণ। এই প্ৰতিযোগিতাখন ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড আৰু শ্ৰীলংকা ক্ৰিকেটৰ যৌথ আয়োজনত ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চ ২০২৬লৈ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে শ্ৰীলংকাই ২০১২ চনত আৰু ভাৰতে ২০১৬ চনত এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল।

হালনাগাদ: ১ অক্টোবৰ ২০২৬ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

২০২৬ আইচিচি পুৰুষ টি–২০ বিশ্বকাপ হৈছে আইচিচি পুৰুষ টি–২০ বিশ্বকাপৰ দশম সংস্কৰণ। এই প্ৰতিযোগিতাখন ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড আৰু শ্ৰীলংকা ক্ৰিকেটৰ যৌথ আয়োজনত ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চ ২০২৬লৈ অনুষ্ঠিত হ’ব।১ ইয়াৰ পূৰ্বে শ্ৰীলংকাই ২০১২ চনত আৰু ভাৰতে ২০১৬ চনত এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। ভাৰতৰ পাঁচটা স্থান আৰু শ্ৰীলংকাৰ তিনিটা স্থানত মুঠ ৫৫খন খেল অনুষ্ঠিত হ’ব, য’ত ২০টা দলে অংশগ্ৰহণ কৰিব।২৩

এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী দলৰ সংখ্যা ২০টা থাকিব। ইয়াত আয়োজক দুয়োখন দেশৰ দল, ২০২৪ সংস্কৰণৰ শীৰ্ষ সাতটা দল, ইতিমধ্যে যোগ্যতা অৰ্জন নকৰা আইচিচি পুৰুষ টি–২০আই দল ৰেংকিঙৰ শীৰ্ষ তিনিটা দল, আৰু আঞ্চলিক যোগ্যতা প্ৰতিযোগিতাৰ জৰিয়তে নিৰ্ধাৰিত আন আঠটা দল অন্তৰ্ভুক্ত থাকিব। ইটালীয়ে প্ৰথমবাৰৰ বাবে পুৰুষ টি–২০ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছে।

ভাৰত হৈছে বৰ্তমানৰ চেম্পিয়ন দল, যিয়ে পূৰ্বৱৰ্তী সংস্কৰণত খিতাপ জয় কৰিছিল।

বিন্যাস

২০টা যোগ্যতা অৰ্জনকাৰী দলক পাঁচজনীয়া চাৰিটা গ্ৰুপত ভাগ কৰা হ’ব, প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছুপাৰ ৮ ৰাউণ্ডলৈ আগবাঢ়িব। এই ৰাউণ্ডত বাকী থকা দলসমূহক চাৰিজনীয়া দুটা গ্ৰুপত ভাগ কৰা হ’ব; প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে নকআউট ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিব, য’ত দুখন ছেমি ফাইনেল আৰু এখন ফাইনেল অনুষ্ঠিত হ’ব।৪

খেলপথাৰ

ভাৰতৰ স্থানসমূহ
আহমেদাবাদচেন্নাইদিল্লী
নৰেন্দ্ৰ মোডী ষ্টেডিয়ামএম. এ. চিদাম্বৰম ষ্টেডিয়ামঅৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়াম
আসন ক্ষমতা: ১৩২,০০০আসন ক্ষমতা: ৩৯,০০০আসন ক্ষমতা: ৫৫,০০০
খেল: ৭ (ফাইনেল)খেল: ৭খেল: ৬
M.A.Chidambaram Stadium before IND vs AUS 3rd ODI 2023.jpgIndia vs Afghanistan on 11th October 2023.jpg
কলিকতামুম্বাই
ইডেন গাৰ্ডেন ষ্টেডিয়ামৱানখেড়ে ষ্টেডিয়াম
আসন ক্ষমতা: ৬৮,০০০আসন ক্ষমতা: ৩৩,১০৮
খেল: ৭ (প্ৰথম ছেমি-ফাইনেল)খেল: ৮ (দ্বিতীয় ছেমি-ফাইনেল)
Eden Gardens under floodlights during a match.jpgWankhede ICC WCF.jpg
শ্ৰীলংকাৰ স্থানসমূহ
কলম্বুকেন্দি
আৰ. প্ৰেমদাস ষ্টেডিয়ামসিললীজ স্পৰ্টছ ক্লাব ক্ৰিকেট গ্ৰাউণ্ডপাল্লেকেলে ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়াম
আসন ক্ষমতা: ৩৫,০০০আসন ক্ষমতা: ১০,০০০আসন ক্ষমতা: ৩৫,০০০
খেল: ১০ (প্ৰথম ছেমি-ফাইনেল আৰু ফাইনেল)খেল: ৫খেল: ৭
The clouds roll in.jpgSCC Ground Colombo.jpgPallekele International Cricket Stadium5.JPG

গ্ৰুপ পৰ্যায়

গ্ৰুপ এগ্ৰুপ বিগ্ৰুপ ছিগ্ৰুপ ডি
* * * * ** * * * ** * * * ** * * * *

ছুপাৰ এইট পৰ্যায়

যোগ্যতাছুপাৰ এইট পৰ্যায়
গ্ৰুপ ১গ্ৰুপ ২
গ্ৰুপ পৰ্যায়ৰ পৰা উন্নীত (প্ৰতিটো গ্ৰুপৰ শীৰ্ষ ২টা দল)A
B
C
D

গ্ৰুপ ১







গ্ৰুপ ২







নকআউট পৰ্যায়

  • উৎস:

ছেমি-ফাইনেল


তথ্যসূত্ৰ

  1. ↑ India to host 2026 T20 World Cup with Sri Lanka, 2031 ODI World Cup with Bangladesh. Deccan Herald
  2. ↑ (2022-08-17). T20 World Cup to return to Asia in 2026; India, Sri Lanka to jointly host 9th edition of the tournament. TimesNow
  3. ↑ USA to stage T20 World Cup: 2024–2031 ICC Men's tournament hosts confirmed. www.icc-cricket.com
  4. ↑ (2021-06-02). ICC announces major changes to World Cup schedule. www.cricket.com.au

সম্পৰ্কিত শ্ৰেণী

২০২৬ চন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২৬ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপ” প্ৰবন্ধৰ সংশোধন ৬৪০৫৯৮ (১ অক্টোবৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।